Central Hillal Committee Assam:ফিৎৰাৰ পৰিমাণ ৬৫.০০ টকা

WhatsApp Image 2023 04 03 at 17.42.43

Central Hillal Committee Assam:

কেন্দ্রীয় হিলাল কমিটি অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদ কাছিমী ও সাধাৰণ সম্পাদক আলহাজ ইমদাদ হুছেইনে এক বিজ্ঞপ্তিযোগে জনাই যে এইবেলি ৰমজানৰ ৰোজাৰ ফিৎৰাৰ পৰিমাণ ১.৬৩৩ গ্রাম ঘেঁহুৰ আটাৰ বজাৰ মূল্যৰ ভিত্তিত ৬৫.০০ টকা ধাৰ্য্য কৰা হৈছে বুলি জনাইছে।

ADVERTISEMENT

এই ফিৎৰা ঈদুল- ফিটৰৰ নামাজৰ আগে আগে আদায় দিবলৈ কমিটিৰ তৰফৰ পৰা সকলো মুছলমানবাসী ৰাইজক আহ্বান জনায়।

Exit mobile version