Latmandal Aarrested In Karimganj : পুনৰ হাত দাঙিলে এজনে

ঘোচ লওতে হাতে-লোটে ধৰা পৰিল লাট মণ্ডল

a402e828 4222 432d 86d0 2e8cadbee0d5

Latmandal Aarrested In Karimganj :

দুনীৰ্তি নিবাৰক শাখাই ঘোচ খোৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ মাজতে পুনৰ এজন চৰকাৰী কৰ্মচাৰী হাত দাঙিলে কৰিমগঞ্জত ৷

ঘোচ লওতে হাতে-লোটে ধৰা পৰিল কৰিমগঞ্জৰ লাট মণ্ডল জয়চাব হুছেইন লস্কৰ৷ কৰিমগঞ্জৰ বদৰপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অৰ্তকিতে চলোৱা অভিযানত আটক হয় লাট মণ্ডলজন ৷ ধৃত লাট মণ্ডলজনক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে দুৰ্নীতি নিবাৰক শাখাই ৷

Exit mobile version