Rangali Bihu Celebration In Ulfa(I):ৰঙালীৰ ৰঙত ৰঙীন হ’ল আলফা স্বাধীনৰ নেতা- কেডাৰ

মাৰাণাস্ত্ৰ এৰি হাতত তুলি ল'লে ঢোল,পেপা আৰু তাল

Rangali Bihu Celebration In Ulfa(I):

সমগ্ৰ ৰাজ্যত এতিয়া ৰঙালীৰ উছাহ ৷ ইয়াৰ ব্যতিক্ৰম নহয় আলফা স্বাধীন ৷ বিদ্ৰোহী সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ ‘দেখা গৈছে আলফা স্বাধীনৰ কেম্পৰ মুকলি ঠাইত বিহু মাৰিছে নেতা- কেডাৰ সকলে ৷

ৰঙালী বিহুৰ আনন্দ উছাহত বুৰ গ’ল আলফা স্বাধীনৰ নেতা- কৰ্মী ৷ মাৰাণাস্ত্ৰ এৰি হাতত ঢোল,পেপা আৰু তাল লৈ বিহু মাৰিলে কেম্পৰ মুকলি স্থানত ৷

Exit mobile version