Assam Former Governor Ajay Singh Passed Away : অসমৰ প্ৰাক্তন ৰাজ্যপাল অজয় সিঙৰ দেহাৱসান

WhatsApp Image 2023 04 18 at 12.58.24 PM

Assam Former Governor Ajay Singh Passed Away :

অসমৰ প্ৰাক্তন ৰাজ্যপাল অজয় সিংৰ দেহাৱসান ৷ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল আছিল প্ৰয়াত সিং ৷ তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি টুইট কৰিছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই

উল্লেখ্য যে,প্ৰয়াত অজয় সিং ২০০৩ ৰ পৰা ২০০৮ লৈ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

Exit mobile version