Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sumimoni Kalia : বিজেপিত কলংক ঢকাৰ আপ্রাণ চেষ্টা হাউলীৰ বিজেপি নেত্ৰীৰ জীয়ৰী-ভগ্নীক উদ্ধাৰৰ ব্যাপক তৎপৰতা

publisher by publisher
April 19, 2023
in News, Assam
Reading Time: 2 mins read
0
Manisha Murder Case In Tezpar :মনীষা হত্যাৰ অভিযুক্ত দেৱাশীষে সহযোগিতা আগবঢ়োৱা নাই আৰক্ষীক
11
SHARES
105
VIEWS
ShareShareShareShare

Sumimoni Kalia :

তথাকথিত দলীয় ক্ষমতাবে উম্মাদ হৈ অপকৰ্মৰ ফলত কাৰাৰুদ্ধ হোৱা বিজেপিৰ হাউলীৰকর্মী চুমিমণি কলিতাৰ কাণ্ডক যিকোনো প্ৰকাৰে থাপি-থুপি থ’বলৈ অহৰহ তৎপৰ হৈছে দলৰ একাংশ নেতা-কর্মী। সেই কাৰণে ডিঙিত বিজেপিৰ দলীয় মাফলাৰ লৈ ৰাজহুৱা মঞ্চত ঘূৰি ফুৰাৰ পাছতো চুমিমণিৰ দলটোৰ লগত কোনো সম্পর্ক নাই বুলি প্ৰতিপন্ন কৰাৰ চেষ্টাও চলিছে।

ADVERTISEMENT

হাউলী পৌৰসভাৰ পৌৰপতি অঞ্জলি দাস চৌধুৰীৰ জীয়ৰী তথা বৰপেটা জিলা বিজেপিৰ সাধাৰণ সম্পাদক নিপা কলিতাৰ ভগ্নী চুমিমণিয়ে দীৰ্ঘদিনৰ পৰা নানা বেআইনী কাৰ্যত লিপ্ত হৈ আহিছে। ৰাজনৈতিক ক্ষমতাৰে সংঘটিত কৰি অহা চুমিমণিৰ বিৰুদ্ধে মাটি দখল, ব্লেকমেইলিং আদিৰো অভিযোগ আছে। শেহতীয়াকৈ এজন আৰক্ষী অধীক্ষকক সহযোগীৰে মিলি অপদস্থ কৰাৰ অভিযোগত জালত পৰা চুমিমণিক উদ্ধাৰ কৰিবলৈ বিজেপিৰ একাংশ নেতা উঠিপৰি লাগিছে।

RelatedPosts

No Content Available

জীয়ৰীক উদ্ধাৰৰ বাবে গোচৰটো ৰুজু হোৱা হাতীগাঁও আৰক্ষী থানাত মাতৃ নিজেই উপস্থিত হয়। দিছপুৰৰ কে’বাজনো মন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতাৰ লগত চুমিমণি কলিতাৰ ঘনিষ্ঠ সম্পর্ক আছে। সেই সম্পৰ্কৰ প্রভাৱেৰেও মাতৃ আৰু বায়েক নিপা কলিতাই চুমিমণিক উদ্ধাৰৰ সৰ্বোচ্চ চেষ্টা অব্যাহত ৰাখিছে৷

উল্লেখযোগ্য যে,দুৰ্নীতি নিবাৰকৰ ভুৱা পৰিচয়ৰে গ্ৰেপ্তাৰ হৈছিল হাউলীৰ পৌৰপতিৰ জীয়ৰী চুমিমণি কলিতা৷অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি ভুৱা পৰিচয় দি মহানগৰীৰ বাসিন্দা এজন আৰক্ষী বিষয়াৰ বাসগৃহত প্ৰৱেশ কৰি উদ্ভণ্ডালি কৰাৰ অভিযোগত ৰঙাঘৰৰ আলহী হ’ল শাসকীয় বিজেপি নেত্রীসহ তিনিজন।

এই কাৰ্যত এগৰাকী কিশোৰী আৰু আন এজন লোকো জড়িত আছিল যদিও তেওঁলোকক আৰক্ষীয়ে এই পর্যন্ত গ্ৰেপ্তাৰ কৰা নাই। কিশোৰীগৰাকীক সংশোধনী গৃহলৈ প্ৰেৰণ কৰাৰ বিপৰীতে লোকজনকআৰক্ষীয়ে নজৰত ৰাখিছে। কাৰণ এই চক্ৰটোৱে ব্যৱহাৰ কৰা বাহনখনৰ চালক আছিল উজ্জ্বল বিকাশ কলিতা নামৰ সংশ্লিষ্ট লোকজন।

হাতীগাঁও আৰক্ষী থানাৰ অধীনৰ এটা ফ্লেটত যোৱা ১৪ এপ্ৰিলৰ নিশা এই ঘটনা সংঘটিত হয়। আৰক্ষী বিষয়াজনৰ ঘৰত সেইদিনা নিশা কিশোৰীগৰাকীসহ বিজেপি নেত্ৰীগৰাকীৰ লগতে দুজন যুৱকে প্ৰৱেশ কৰি নিজকে দুর্নীতি নিবাৰক শাখাৰ দল বুলি পৰিচয় দি বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰে।

আৰক্ষী বিষয়াজনে কিছুমান প্ৰশ্ন উত্তৰ দিব নোৱাৰাতপৰিয়ালৰ লোককো অশ্লীল গালি-গালাজ কৰাৰ অভিযোগ উঠিছে। এই ঘটনাক লৈ আৰক্ষী বিষয়াজনে হাতীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। তাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই আটক কৰাকেইজন হ’ল চুমিমণি কলিতা, জুৰিমণি দাস, ভাৰ্গৱ মালাকৰ, ৰাহুল পাটগিৰি আৰু উজ্জ্বল বিকাশ কলিতা। আৰক্ষীয়ে তদন্ত চলাই ইয়াৰে চুমিমণি, ভাৰ্গব আৰু ৰাহুলক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰৰ সময়ত চুমিমণিয়ে নিজকে শাসক দলৰ মানুহ, বিজেপিৰ জ্যেষ্ঠ নেত্ৰী আদি দাবীৰে প্ৰভাৱিত কৰাৰ চেষ্টা চলায়। উল্লেখ্য যে চুমিমণি বিজেপিৰ এগৰাকী সদস্যা। আনহাতে, তেওঁৰ মাতৃ হাউলী পৌৰসভাৰ পৌরপতি অঞ্জলি দাস কলিতা। আনহাতে, বায়েক নিপা কলিতা হ’ল বৰপেটা জিলা বিজেপিৰ সাধাৰণ সম্পাদক।

ঘটনাক লৈ হাতীগাঁও আৰক্ষী থানাত ৩৯৫/৫১১/৪৪৭/৪১৯ / ২৯৪ /৫০৬ ধাৰাত ১৪৭ / ২০২৩ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে। উত্থাপিত অভিযোগ অনুসৰি, চুমিমণি কলিতাৰ দিছপুৰৰ কেবাজনো মন্ত্ৰী আৰু শাসক দলৰ নেতাৰ লগত ঘনিষ্ঠ সম্পর্ক আছে।

সেই সম্পৰ্কৰ প্ৰভাৱ দেখুৱাই চুমিমণি বিভিন্ন অপৰাধমূলক কার্যকলাপত পূৰ্বৰে পৰা জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। এইবাৰ স্বয়ং আৰক্ষী বিষয়াৰ ঘৰত আৰক্ষীৰে ভুৱা পৰিচয়ৰে সংঘটিত কৰা কাণ্ডৰ ফলত অৱশেষত জালত পৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Sumimoni Kalia
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d