Rahul Gandhi :পুনৰ আদালতত মুখ থেকেচা ৰাহুল গান্ধীৰ

চুৰাট ছেছন আদালতত আবেদন খাৰিজ

download 3 1

Rahul Gandhi :

আদালতত পুনৰ মুখ থেকেচা আদালতত ৷ ২৩ মাৰ্চত চুৰাটৰ নিম্ন আদালতে মানহানী গোচৰ সন্দৰ্ভত ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহিছিল ৷

আদালতৰ ৰায়ৰ বিৰুদ্ধে গান্ধীয়ে চুৰাটৰ ছেছন আদালতত আবেদন দাখিল কৰিছিল যদিও আজি আদালতে আবেদন খাৰিজ কৰে ৷

এনে ক্ষেত্ৰত গান্ধীয়ে এতিয়া আবেদন কৰিব পাৰে উচ্চ ন্যায়ালয়ত ৷ উল্লেখ্য যে, ৰাহুল গান্ধীয়ে মোদী উপাধিৰ মানুহক চোৰ আখ্যা দিয়াক লৈ গুজৰাটৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতাই চুৰাটৰ এখন নিম্ন আদালতত তৰিছিল মানহানি গোচৰ ৷

Exit mobile version