Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Indo-Bangladesh Border:কাশ্মীৰ সীমান্তত উত্তেজনা: বাংলাদেশ সীমান্ততো নিৰাপত্তা বৃদ্ধি ভাৰতৰ

ভাৰত-বাংলাদেশ সীমান্তৰ অসমৰ জিলাসমূহত ৰেলপথৰ সুৰক্ষা বৃদ্ধি, কাশ্মীৰ সীমান্তত উত্তেজনা: বাংলাদেশ সীমান্ততো নিৰাপত্তা বৃদ্ধি ভাৰতৰ, আন্তর্জাতিক সীমান্তত নিৰাপত্তাৰক্ষীৰ সংখ্যাও বৃদ্ধি

publisher by publisher
May 9, 2025
in India, News
Reading Time: 2 mins read
0
Indo-Bangladesh Border:কাশ্মীৰ সীমান্তত উত্তেজনা: বাংলাদেশ সীমান্ততো নিৰাপত্তা বৃদ্ধি ভাৰতৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

গৰুৰ চোৰাং গোচৰত BSF জোৱানৰ শাস্তি ৰক্ষা কৰিলে উচ্চতম ন্যায়ালয়ে!

দেশত প্ৰথমবাৰ ড্ৰ’নৰ বাবে বিশেষ ৰানৱে!

গণতন্ত্ৰ দিৱসত বায়ুসেনাৰ বিশেষ আকাশী প্ৰদৰ্শনী!

Indo-Bangladesh Border:

কাশ্মীৰ সীমান্তত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিস্থিতিত বাংলাদেশৰ ভূমিৰ পৰা ভাৰতক বহিঃশত্ৰুৱে আঘাত কৰাৰ আশংকা কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। এই ব্যৱস্থাৰ অংশ হিচাপে বিশেষ তথ্যৰ ভিত্তিত বাংলাদেশৰ লগত সীমা সংযুক্ত হৈ থকা ৰাজ্যকেইখনৰ জিলাবোৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেলপথৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

ADVERTISEMENT

বাংলাদেশত অব্যাহত থকা অস্থিৰ ৰাজনৈতিক পৰিৱেশ, দেশখনৰ লগত ভাৰতৰ দূৰত্ব বৃদ্ধি হোৱা, বাংলাদেশৰভূমিৰ পৰা মৌলবাদী-জেহাদীৰ দৰে অপশক্তিয়ে ভাৰতক অস্থিৰ কৰি ৰাখিব বিচৰা, সীমান্তৰ ৰাজ্য কেইখনত তেনে অপশক্তিৰ তৎপৰতা চলি অহা,বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ মাত্ৰা উর্ধ্বমুখী হোৱা আদি এই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখি ৰেলপথসমূহৰ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ জাৰি কৰিছে।

সেই অনুসৰি, উত্তৰ-পূব সীমান্ত ৰেলৱেই অসমকে ধৰি ইয়াৰ অধীনত পৰা অঞ্চলত ৰেলপথৰ সুৰক্ষা নিশ্চিত কৰাত গুৰুত্ব দিছে। ইয়াৰ বাবে ৰেল আৰক্ষী বাহিনী আৰু সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) ক সীমান্তৰ জিলাবোৰত ৰেলৰ আন্তঃগাঁথনি অহৰহ নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে। কেন্দ্রীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি ৰেলৱে ব’ৰ্ডে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অসমৰ তিনিচুকীয়া, লামডিং আৰু ৰঙিয়াৰ উপৰি আলিপুৰদুৱাৰ আৰু কাটিহাৰ সংমণ্ডলক ইয়াৰ বাবে সতর্কতা জাৰি কৰিছে।

তথ্য অনুসৰি, বিশেষকৈ ৰেলপথৰ সুৰক্ষাৰ বাবে ৰেল আৰক্ষী, ৰেলপথ পৰিদৰ্শক, লোকো পাইলট, ট্রেইন মেনেজাৰ আদিক বিশেষ দায়িত্ব প্রদান কৰা হৈছে। ৰেলপথত কিবা বিসংগতি দেখিলে তৎকালে উর্ধ্বতন কর্তৃপক্ষক অৱগত কৰিবলৈয়ো নির্দেশ দিয়া হৈছে। সংমণ্ডলকেইটাৰ ভিতৰত লামডিঙৰ ওপৰত ৰেলৱে ব’র্ডে বিশেষ দৃষ্টি দিয়া বুলিও সূত্রত প্রকাশ। নিৰাপত্তাজনিত কাৰণত ইয়াৰ অন্তৰালৰ বিষয় প্রকাশ নহ’লেও সংমণ্ডলটোৰ অধীনস্থ বদৰপুৰ, শিলচৰৰ পৰা কাটাখাল অংশত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে। পদব্রজে ৰেলপথ পৰিদৰ্শনৰো নির্দেশ দিয়া হৈছে আৰু তাক কাৰ্যকৰী ৰূপো দিয়া হৈছে।

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনস্থ কাটিহাৰ আৰু আলিপুৰদুৱাৰ সংমণ্ডলৰ অধীনৰ ৰেলপথতো পদব্রজে নিৰীক্ষণ বৃদ্ধি কৰা হৈছে। এই মণ্ডল দুটাৰ অধীনৰ ৰেলপথৰ বহু অংশ আন্তর্জাতিক সীমান্তৰ কাষেৰে পাৰ হৈ গৈছে। প্রসংগক্রমে উল্লেখ্য যে বাংলাদেশৰ ভূমিৰ পৰা বিশেষকৈ অসমক সদায় অস্থিৰতাৰ মাজত ৰখাৰ তৎপৰতা চলি আহিছে। মৌলবাদী আৰু জেহাদী শক্তিয়ে ইয়াত অন্যতম ভূমিকা লৈ আহিছে। চৰকাৰ সলনিৰ পাছত বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিছে আৰু তাৰ ফলত ভাৰতৰ নিৰাপত্তাজনিত দিশটোও স্পৰ্শকাতৰ অৱস্থাত আছে।

বাংলাদেশত ভাৰত বিৰোধী অপশক্তিসমূহে নতুনকৈ যেন গা কৰি উঠিছে। এনে ক্ষেত্ৰত কাশ্মীৰ সীমান্তত অব্যাহত থকা যুদ্ধ সদৃশ পৰিস্থিতিৰ আলমত বাংলাদেশৰ ভূমিৰ পৰা দেশখনৰ সীমাৰ লগত সংযুক্ত হৈ থকা ভাৰতৰ ৰাজ্যকেইখনত অপশক্তিবোৰে অস্থিৰতাৰ সৃষ্টি কৰিব বিচৰাৰ আশংকা কৰা হৈছে। ইয়াৰ বাবেই বিশেষ খবৰৰ ভিত্তিত ৰেলপথৰ নিৰাপত্তাৰ দিশটোত গুৰুত্ব আৰোপ কৰা হৈছে। অৱশ্যে আন আন দিশেৰেও নিৰাপত্তা বৃদ্ধি কৰা হৈছে। সেইবাবে সীমান্ত অঞ্চলত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰিছে গৃহ মন্ত্রণালয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BSFIndian ArmyIndo pak warIndo-Bangladesh Border
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d