Accident : মৰ্মান্তিক ! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পিতৃ–কন্যা

images 2

Accident :

ৰঙিয়াৰ ভাতকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত হয় পিতৃ–কন্যা।

চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে সংঘটিত হয় এই ঘটনা ।

ভয়ংকৰ দুৰ্ঘটনাটোত নিহত পিতৃগৰাকী শিৱ প্ৰসাদ বৰুৱা আৰু কন্যাৰ নাম চন্দ্ৰমা বৰুৱা।

দুৰ্ঘটনাত এটি শিশুসহ চাৰিগৰাকী লোক আহত হয়।

তথ্য অনুসৰি দুৰ্ঘটনাত পতিত বাহনখনত থকা পৰিয়ালটো বিয়া খাবলৈ মঙলদৈৰ পৰা বৰপেটা অভিমুখে গৈ আছিল আৰু মাজ ৰাস্তাতে সংঘটিত হয় এই দুৰ্ঘটনা ।

Exit mobile version