Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CAG Report In Assam :লুণ্ঠনৰ ঘটনা গাপ দিয়াৰ চেষ্টা ভিন্ন বিভাগৰ চৰকাৰী পুঁজি জধে মধে আত্মসাত তথ্য উন্মোচন

কেগৰ প্ৰতিবেদনত বিগত ১০ বছৰত ১১১ কোটি টকা চৰকাৰী পুঁজি চুৰি

samimsultana by samimsultana
April 19, 2023
in Assam, News
Reading Time: 2 mins read
0
CAG Report In Assam :লুণ্ঠনৰ ঘটনা গাপ দিয়াৰ চেষ্টা ভিন্ন বিভাগৰ চৰকাৰী পুঁজি জধে মধে আত্মসাত তথ্য উন্মোচন
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

CAG Report In Assam :

দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শূন্য সহনশীল নীতি আওৰাই থকাৰ সময়তে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বিভিন্ন আঁচনিৰ পুঁজি জধে মধে আত্মসাত প্রৱণতা বৃদ্ধি পাইছে। বিগত সময়ছোৱাত ৰাজ্যখনত এনেদৰে ধন আত্মসাৎ কৰি হিচাপ দাখিল কৰিব নোৱাৰা পুঁজিৰ পৰিমাণ ১৪২.৯ কোটি টকালৈ বৃদ্ধি পাইছে।

ADVERTISEMENT

২০২২ৰ মাৰ্চলৈ এই বৃহৎ অংকৰ ধন আত্মসাতৰ ঘটনা ধৰা পৰাৰ পাছতো ৰাজকোষৰ পুঁজি লুণ্ঠন কৰাপক্ষৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পৰা বিৰত আছে ৰাজ্য চৰকাৰ। লক্ষ্যণীয় যে ৰাজ্যৰ বিভিন্ন বিভাগত মুঠতে ৩৩৯ টা ৰাজকোষৰ পুঁজি আত্মসাতৰ ঘটনা উন্মোচিত হৈছে।

কোনো বিষয়া-কৰ্মচাৰীয়ে নিৰ্দিষ্ট আঁচনিৰ বিপৰীতে আবণ্টিত পুঁজি আত্মসাৎ কৰাটো বিভাগীয় তদন্তত ধৰা পৰাৰ পাছতো ৰাজ্য চৰকাৰে এই পর্যন্ত মাথোঁ ২২ টা আত্মসাতৰ ঘটনাৰ বিরুদ্ধেহে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

ৰাজকোষৰ পৰা কোনো হিচাপ অবিহনে ঊর্ধ্বতন কর্তৃপক্ষই ধন মোকলাই নি আত্মসাৎ কৰাৰ এই ঘটনাসমূহক স্বয়ং চৰকাৰে গাপ দি থ’ব বিচৰাৰ বিষয়টো শেহতীয়াকৈ ৰাজহুৱা কৰিছে ভাৰতৰ মহাহিচাপ আৰু গাণনিকৰ প্রতিবেদনে।

শেহতীয়াকৈ প্রকাশিত কেগৰ প্ৰতিবেদনত উল্লেখ কৰা মতে, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে আবণ্টিত পুঁজিৰ পৰা একাংশ পক্ষই বৃহৎ অংকৰ ধন মোকলাই নি আত্মসাৎ কৰাৰ বিষয়টো ধৰা পৰাৰ পাছতে কেগে সংশ্লিষ্ট বিভাগসমূহলৈ। ‘ইয়াৰ উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে, কিন্তু ধন আত্মসাতৰ বিষয়ত কেগৰপত্ৰৰ উত্তৰ নিদিলে কোনো এটা বিভাগেই।

আনকি ৰাজ্য চৰকাৰে এই বিষয়টোক লৈ যে উদ্বিগ্ন নহয়, সেই কথাও স্পষ্ট হৈ উঠিছে কেগৰ প্ৰতিবেদনত। বিগত ১০ টা বছৰত প্ৰায় ১১১ কোটি টকা আত্মসাৎ হ’ল যদিও ৰাজ্য চৰকাৰে ইয়াৰে ভিতৰত মাথো ৬.৬৩ কোটি টকা আত্মসাৎ কৰা ২২ টা ঘটনাৰ বিপৰীতেহে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

অর্থাৎ বাকী আত্মসাতৰ ঘটনাসমূহক চৰকাৰে গাপ দিব বিচাৰিছে বুলি স্বয়ং কেগৰ প্রতিবেদনতে ইংগিত দিয়া হৈছে। প্ৰতিবেদনত ভাৰতৰ মহাহিচাপ পৰীক্ষকে ৰাজ্য চৰকাৰক পৰামৰ্শ আগবঢ়াইছে যাতে এতিয়াও ধন আত্মসাতৰ এই গোচৰসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈ ব্যৱস্থা গ্রহণ কৰে।

মূলতঃ ৰাজকোষৰ পৰা পোনপটীয়াকৈ ধন চুৰি, ধনৰ অপব্যৱহাৰ আৰু ৰাজকোষক লোকচানৰ সন্মুখীন কৰি পুঁজি ব্যৱহাৰৰ এনেবোৰ ঘটনাই এফালে যিদৰে ৰাজ্যৰ অৰ্থনীতি দুৰ্বল কৰি তুলিব ঠিক তেনেদৰেই দুৰ্নীতি গ্ৰস্তক প্রশ্রয় দিয়াহে হ’ব বুলি কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

লক্ষ্যণীয় যে বিগত ১০ টা বছৰত ৰাজ্যখনত ৰাজকোষৰ পৰা হ’লুকি হোৱা ১১১.২৯ কোটি টকা চুৰি হোৱা বুলি স্পষ্টভাৱে উল্লেখ কৰা হৈছে কেগৰ প্ৰতিবেদনত। বিত্ত বিভাগৰ গা এৰা দিয়া মনোভাৱৰ পৰিণতিতে এনেদৰে ৰাজ্যৰ কৰদাতা ৰাইজৰ পৰা সংগৃহীত এই বৃহৎ অংকৰ পুঁজি নিৰ্দিষ্ট কিছুসংখ্যক ব্যক্তি বিশেষে আত্মসাৎ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCAG
samimsultana

samimsultana

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d