BTR Visit Education Minister : বিটিআৰ চুক্তিৰ ৬:৩ দফা অনুসৰি অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰনৰ আশ্বাস শিক্ষামন্ত্ৰীৰ

BTR Visit Education Minister :

বি টি আৰ অঞ্চলৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক সকললৈ ভাল খবৰ । বিটিআৰ চুক্তিৰ ৬:৩ দফা অনুসৰি অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰনৰ আশ্বাস শিক্ষামন্ত্ৰী ডা:ৰনোজ পেগুৰ

বিদ্যালয় সমুহ প্ৰাদেশীকৰন কৰাৰ লগতে শিক্ষানুষ্ঠান নথকা ঠাইত নতুনকৈ অনুষ্ঠান স্থাপনৰ ব্যবস্থা কৰিব । বিটিআৰ চুক্তিৰ ৬:৩ দফা কাৰ্যকৰী কৰিবলৈ শিক্ষাসেতু নামৰ এটা ছফট ওৱেৰ ডেভলভ কৰি অহা ২৪ তাৰিখৰ পৰা তথ্য সংগ্ৰহৰ কাম কৰি কৰিব বুলি আশ্বাস শিক্ষা মন্ত্ৰীডা: ৰনোজ পেগুৰ ।

Exit mobile version