Surabhi Das : অসম কন্যা সুৰভী দাসলৈ ফ্ৰেচ ফেচ অৱ দ্য ইয়েৰ সন্মান

কাৰ্লাচ টিভিৰ 'নিমা ডেনজংপাৰ' ধাৰাবাহিক বাবে বিশেষ সন্মান

20dc76ef b2ce 460d bfc6 ee1fc4f47809 1

Surabhi Das :

হিন্দী ধাৰাবাহিকত নিজৰ ব্যতিক্ৰমী অভিনয়ৰ জৰিয়তে দপদপাই থকা অসম জীয়ৰী সুৰভি দাসলৈ বিশেষ সন্মান ৷

মনোৰঞ্জনধৰ্মী চেনেল ‘কাৰ্লাচ টিভিত সম্প্ৰচাৰ হোৱা জনপ্ৰিয় ধাৰাবাহিক’নিমা ডেনজংপা’ৰ বাবে ‘ফ্ৰেচ ফেচ অৱ দ্য ইয়েৰ’ এৱাৰ্ড লাভ কৰিলে সুৰভিয়ে ৷

Exit mobile version