Barhmaputra : ব্রহ্মপুত্রৰ জলস্তৰ হঠাৎ বৃদ্ধি !

গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ ঘোষণা আভ্যন্তৰীণ জল পৰিবহণ

8e8abd48 f9ff 4c64 9bac 06c0529f39ee

Barhmaputra :

মহাবাহু ব্রহ্মপুত্রৰ জলস্তৰ শেহতীয়াকৈ যথেষ্ট বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ ঘোষণা কৰা হৈছে ৷

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই কথা ঘোষণা কৰিছে ৷ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ ফলত ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে আটাইকেইটা ফেৰীঘাট ৷

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে হঠাতে ফেৰী সেৱা বন্ধ ঘোষণা কৰাত দুয়ো পাৰৰ যাত্রীসকল যথেষ্ট অসুবিধা সন্মুখীন হৈছে ৷

Exit mobile version