Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মিঠাতেলৰ মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে হীৰাপাৰাৰ মৃৎশিল্পী সমাজক, হ্ৰাস পাইছে চাকিৰ বিক্ৰী

এশ চাকি জ্বলোৱা পৰিয়ালে এইবেলি মাত্ৰ ৫০ চাকি জ্বলাই পালন কৰিব দীপাৱলী

publisher by publisher
October 17, 2022
in India, Assam, News
Reading Time: 1 min read
0
মিঠাতেলৰ মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে হীৰাপাৰাৰ মৃৎশিল্পী সমাজক, হ্ৰাস পাইছে চাকিৰ বিক্ৰী
1
SHARES
8
VIEWS
ShareShareShareShare

বহি:ৰাজ্যৰ ৰংচঙীয়া লাইট আৰু ভিন্ন ৰঙৰ মাটিৰ চাকিয়ে বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে অসমৰ মৃৎ শিল্পী সমাজক

ADVERTISEMENT

পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কামৰূপ গ্ৰাম্য জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ পুৰ্নখুমদুম হীৰাপাৰাৰ সকলো মৃৎ শিল্পী পৰিয়াল ব্যস্ত হৈ পৰিছে মাটিৰ চাকি নিৰ্মাণৰ কামত ।
দীপাৱলী উপলক্ষে কালি উক্ত স্থানৰ মৃৎ শিল্পী পৰিয়ালে কে’বা লক্ষাধিক মাটিৰ চাকি বিক্ৰীৰ বাবে বজাৰলৈ উলিয়াই দিছে । প্ৰাপ্ত তথ্য মতে , এইবাৰ দীপাৱলীৰ বাবে হীৰাপাৰাৰ প্ৰায় ৬০ টা মৃৎ শিল্পী পৰিয়ালে প্ৰায় ১০ লাখ মাটিৰ চাকি তৈয়াৰ কৰি বজাৰত উলিয়াই দিছে । কিন্তু দুৰ্ভাগ্যজনক কথা যে, পূৰ্বৰ তুলনাত এইবেলি মাটিৰ চাকিৰ বিক্ৰী সন্তোষজনক নহয় ।

RelatedPosts

ছয় লক্ষাধিক কোটি টকাৰ বিক্ৰী: এইবাৰৰ দীপাৱলীৰ নতুন অভিলেখ

দীপাৱালীৰ পাছতে ৰাজ্যত উৰ্ধগামী হৈছে বায়ুৰ গুণামান সূচকাংক 

প্ৰাণৰ শিল্পী জুবিনৰ দুৰ্ভাগ্যজনক মৃত্যুৱে গ্ৰাস কৰিলে দীপাৱলীৰ আনন্দ

ইয়াৰ কাৰণ অতিমাৰী কৰ’নাৰ সন্ত্ৰাস বুলি তেওঁলোকে ভাবিছিল যদিও গাঁৱে-ভূঞে চাকি বিক্ৰী কৰিবলৈ যোৱাত ক্ৰেতাৰ মুখত শুনিছে যে এইবেলি মিঠাতেলৰ অতিপাত চৰা দাম, গতিকে এইবাৰ পূৰ্বতকৈ কমকৈ চাকি কিনিব । কাৰণ অতিপাত চৰা দামত মিঠাতেল কিনি বেছিকৈ চাকি জ্বলোৱা সামৰ্থ গ্ৰামাঞ্চলৰ বহুতৰে নাই । সেয়েহে পূৰ্বৰ এশ গছি বন্তি জ্বলোৱা পৰিয়ালে এইবেলি ৫০ বা তাতোকৈ কম চাকি জ্বলাই বছৰেকীয়া উৎসৱটো পালন কৰিব ।

WhatsApp Image 2022 10 17 at 16.57.28

সেয়েহে পূৰ্নখুমদুম হীৰাপাৰাৰ এইসকল হীৰা সম্প্ৰদায়ৰ লোকে আক্ষেপ কৰি কয়, ‘আমি পোহৰৰ উৎসৱ দীপাৱলীলৈ হেঁপাহৰে মাটিৰ চাকি প্ৰস্তুত কৰো । ৰাইজেও আমাৰ বংশগত শিল্প কলাক সন্মান জনাই আহিছে । ৰাইজৰ আৰ্শীবাদত আমি আমাৰ পৰম্পৰাগত কৰ্মটোক জীয়াই ৰাখিছো । ইয়াৰমাজতে আন দেশৰ ৰংচঙীয়া লাইট আৰু ভিন্ন ৰঙী মাটিৰ চাকিয়ে আমাৰ নিচিনা শিল্পীসকলৰ কৰ্মত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে । সচেতন ৰাইজ তথা চৰকাৰে এই ক্ষেত্ৰত দৃষ্টি ৰাখি আমাৰ কৰ্মক উৎসাহিত কৰিলে আমি সুখী হ’ম ।’

WhatsApp Image 2022 10 17 at 16.57.27

তেওঁলোকে পুনৰ কয়, ‘পোহৰৰ উৎসৱ দীপাৱলী আহিলে আমি মাটিৰ চাকি , ধুনাৰ চৰু আদি বনাই বিক্ৰীৰ বাবে সাজু হওঁ । সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰি আমাক উৎসাহিত কৰে । তাৰবাবে আমি সংবাদ মাধ্যমৰ ওচৰত কৃতজ্ঞ , কিন্তু দুখজনক কথা যে আমাৰ নিচিনা হীৰা সম্প্ৰদায়ৰ লোকসকলে কেনে ধৰণে জীয়াই আছে তাৰ খবৰ ল’বলৈ জনপ্ৰতিনিধি তথা চৰকাৰৰ আহৰি নাই । মাটিৰ বাচন বনাই জীৱিকা নিৰ্বাহ কৰা হীৰা সম্প্ৰদায়ৰ লোকসকলে বাচন তৈয়াৰ কৰা মাটিখিনিও বহু কষ্টৰে যোগাৰ কৰে । গাড়ী ভাড়া কৰি ছিণ্ডিকেট পদ্ধতিৰে আজিও মূল উপাদান হীৰা মাটি আনিব লগাটো সম্প্ৰদায়টোৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে ।‘

এইসকল থলুৱা শিল্পীৰ ক্ষেত্ৰত চৰকাৰে সুদৃষ্টিৰে চাই সহায়ৰ হাত আগবঢ়ালে এই শিল্পটো ৰক্ষা পৰিব বুলি তেওঁলোকে কয় । অন্যথা বিকল্প চিন্তাৰে আন কৰ্মৰ সন্ধান কৰিবল’গীয়া হ’ব । পৰিতাপৰ কথা যে ইতিমধ্যে বহুতো পৰিয়ালে উক্ত কৰ্মৰ পৰা অব্যাহতি লৈ অন্য কৰ্মত মনোনিবেশ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DiwalifestivalLightsOil Price HikePottery
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d