Kokrajhar :কোকৰাঝাৰত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৩ সংখ্যক মৃত্যু দিৱস পালন

upendra

Kokrajhar :

কোকৰাঝাৰ জিলাৰ দোতমাত থুলুংগাপুৰিস্থিত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধি ক্ষেত্ৰত আজি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৩ সংখ্যক মৃত্যু দিৱস পালন কৰা হয় ৷

এবছুৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত এবছুৰ কৰ্মকৰ্তাৰ লগতে বিধায়ক লৰেঞ্চ ইছলাৰী জয়ন্ত বসুমাতাৰী ইএম ৰেওৰেওৱা  নাৰ্জাৰী আদি উপস্থিত থাকে ।

Exit mobile version