PM Thanks Bill Gates For His Appreciation Of Mann Ki Baat :প্ৰধানমন্ত্ৰীৰ মন কী বাতক উচ্চ প্ৰশংসাৰ বিল গেটছৰ

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি গেটছক জনালে ধন্যবাদ

Man nki baat

PM Thanks Bill Gates For His Appreciation Of Mann Ki Baat :

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কী বাতৰ ১০০ সংখ্যক খণ্ডক অংশ লৈ দেশবাসীক সম্বোধন কৰাৰ পাছতে বিশ্বৰ অন্যতম বিলিয়নাৰ তথা মাইক্ৰচফ্টৰ মুৰব্বী বিল গেটছে উচ্চ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোডীক ৷

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ প্ৰতি প্ৰশংসা জনোৱাৰ বাবে বিল গেটছক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰত উল্লেখ কৰে যে, “মই মোৰ বন্ধু বিল গেটছ-এ তেওঁক প্ৰশংসা কৰা বাবে ধন্যবাদ জনাইছো । মন কী বাতে আমাৰ পৃথিৱীখন উন্নত কৰাৰ বাবে ভাৰতৰ জনসাধাৰণৰ সামূহিক মনোভাৱ প্ৰতিফলিত কৰে যাৰ বিষয়ে গেটছও উৎসাহী।

Exit mobile version