Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Centre Approves Conduct Of CAPF Constable Exam:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক ঐতিহাসিক সিদ্ধান্ত গৃহ মন্ত্ৰালয়ৰ

হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩ টা আঞ্চলিক ভাষাত চি এ পি এফৰ বাবে কনিষ্টবল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমোদন

publisher by publisher
April 16, 2023
in India, News
Reading Time: 2 mins read
0
Centre Approves Conduct Of CAPF Constable Exam:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক ঐতিহাসিক সিদ্ধান্ত গৃহ মন্ত্ৰালয়ৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Centre Approves Conduct Of CAPF Constable Exam:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক ঐতিহাসিক সিদ্ধান্তত গৃহ মন্ত্ৰালয়ে হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩ টা আঞ্চলিক ভাষাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) বাবে কনিষ্টবল (সাধাৰণ কৰ্তব্য) পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমোদন জনাইছে।

ADVERTISEMENT

চিএপিএফত স্থানীয় যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি আৰু আঞ্চলিক ভাষাৰ প্ৰচাৰৰ বাবে গৃহ আৰু সহযোগিতা মন্ত্ৰী  অমিত শ্বাহৰ উদ্যোগত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

হিন্দী আৰু ইংৰাজীৰ উপৰিও, প্ৰশ্নকাকত নিম্নলিখিত ১৩টা আঞ্চলিক ভাষা ক্ৰমে অসমীয়া,বঙালী,গুজৰাটী,মাৰাঠী,মালায়ালম,
কানাড়া,তামিল,তেলুগু,উড়িয়া,উৰ্দু,পাঞ্জাৱী,
মণিপুৰী,কোংকানি প্ৰস্তুত কৰা হ’ব |

এই সিদ্ধান্তৰ ফলত লাখ লাখ প্ৰাৰ্থীয়ে তেওঁলোকৰ মাতৃভাষা ভাষা বাছনি কৰিছে। তেওঁলোকে আঞ্চলিক ভাষাত পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ’ব, যাৰ ফলত তেওঁলোকৰ বাছনিৰ সম্ভাৱনা বৃদ্ধি হ’ব।

গৃহ মন্ত্ৰালয় আৰু কৰ্মচাৰী বাছনি আয়োগে একাধিক ভাৰতীয় ভাষাত পৰীক্ষা অনুষ্ঠিত কৰাৰ সুবিধাৰ বাবে বৰ্তমানৰ বুজাবুজি চুক্তিত এক পৰিশিষ্ট স্বাক্ষৰ কৰিব।

কনিষ্টবল (সাধাৰণ কৰ্তব্য) হৈছে কৰ্মচাৰী বাছনি আয়োগে অনুষ্ঠিত কৰা এক মুখ্য পৰীক্ষা য’ত সমগ্ৰ দেশৰ পৰা লাখ লাখ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে। হিন্দী আৰু ইংৰাজীৰ উপৰিও পৰীক্ষাটো ২০২৪ ৰ এক জানুৱাৰীৰ পৰা ১৩ টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব।

এই সিদ্ধান্তৰ পিছত ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে স্থানীয়যুৱক-যুৱতীসকলক তেওঁলোকৰ মাতৃভাষাত পৰীক্ষা দিবলৈ এই সুযোগটো ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিবলৈ আৰু দেশৰ সেৱাত কেৰিয়াৰ গঢ়িবলৈ বৃহৎ সংখ্যাত আগবাঢ়ি আহিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ মন্ত্ৰালয়ে আঞ্চলিক ভাষাৰ ব্যৱহাৰ আৰু বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CAPF Constable ExamCentre ApprovesConduct
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d