The First Assamese MTV Roadie Anamika Das Barman:আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত আকৌ এবাৰ জিলিকিল অসম কন্যা।

anamika boemon1

The First Assamese MTV Roadie Anamika  Das Barman:

প্ৰথম অসমীয়া এমটিভি ৰ’ডি অনামিকা বৰ্মন দাসে যোৱা ২৯ আৰু ৩০ এপ্ৰিলত চুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপত এটাকৈ ছিলভাৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।

 উল্লেখ্য যে, উল্লিখিত গ্ৰেণ্ড ইভেণ্টত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হোৱা তেওঁৱেই প্ৰথম গৰাকী ভাৰতীয়।

Exit mobile version