Arms Recovered In Udalguri:ওদালগুৰিত উদ্ধাৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ

এ কে চিৰিজৰ ৰাইফল, পিষ্টল আৰ সক্ৰিয় গুলী উদ্ধাৰ

arms recovered

Arms Recovered In Udalguri:

বিটিএডি পুনৰ অস্ত্ৰৰ ঝনঝননি ৷ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ওদালগুৰিৰ চিকাৰীডাঙা অৰণ্যত অভিযান চলাই উদ্ধাৰ কৰে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ

উদ্ধাৰ কৰা মাৰাণাস্ত্ৰ সমূহ হ’ল এ কে চিৰিজৰ ৰাইফল সাতটা,এটা ৰিভলভাৰ আৰু বহু পৰিমাণৰ সক্ৰিয় গুলী ৷ ইতিমধ্যে ৰাজ্যৰ আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমত ফটো সহ বাতৰিটো চেয়াৰ কৰিছে ৷

উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ খিনি গভীৰ অৰণ্যত কোনে মজুত কৰি ৰাখিছিল এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version