Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

THREE DREADED CRIMINALS ARRESTED IN MEGHALAYA : মেঘালয়ত ৩ কুখ্যাত অপৰাধীক অস্ত্ৰ-শস্ত্ৰ আৰু কে’বা ৰাউণ্ড সক্ৰিয় গুলী সহ গ্ৰেপ্তাৰ

publisher by publisher
October 15, 2022
in Assam, Crime, India, News
Reading Time: 1 min read
0
THREE DREADED CRIMINALS ARRESTED IN MEGHALAYA : মেঘালয়ত ৩ কুখ্যাত অপৰাধীক অস্ত্ৰ-শস্ত্ৰ আৰু কে’বা ৰাউণ্ড সক্ৰিয় গুলী সহ গ্ৰেপ্তাৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

THREE DREADED CRIMINALS ARRESTED IN MEGHALAYA : মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা আৰক্ষীয়ে শুক্ৰবাৰে পুৱতি নিশা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই তিনিজন কুখ্যাত অপৰাধীক অস্ত্ৰ-শস্ত্ৰ আৰু কেইবা ৰাউণ্ড সক্ৰিয় গুলীৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় বুলি শনিবাৰে শ্বিলংত সংবাদমাধ্যমৰ সদৰি কৰে মেঘালয় আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী বিষয়া এগৰাকীয়ে ৷

ADVERTISEMENT

এক গোপন খবৰৰ ভিত্তিত পশ্চিম গাৰো পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেকানন্দ সিং ৰাথোৰৰ নেতৃত্বত যোৱা বৃহৎ দল এটিয়ে শুকুৰবাৰে নিশা ফুলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নিকিকোনা গাওঁত অৰ্তকিতে অভিযান চলায় দুৰ্ধষ অপৰাধী তিনিটাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । ধৃত অপৰাধী কেইটাৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু কে’বা ৰাউণ্ড সক্ৰিয় গুলী উদ্ধাৰ কৰে।

এছ পি ৰাথোৰে অভিযানটোৰ সন্দৰ্ভত কয়, “আমি তিনিজন অপৰাধীক গ্ৰেপ্তাৰ কৰিছো আৰু এটা পিষ্টল, তিনি ৰাউণ্ড সজীৱ গুলী, এখন মটৰ চাইকেল য’ত পঞ্জীয়ন নম্বৰ এমএল-০৮জি-৪২৯৫, এটা স্কুটি পঞ্জীয়ন নম্বৰ অবিহনে, দুটা ম’বাইল ফোন, দুখন চিম কাৰ্ড তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছো।”

ধৃত অপৰাধী কেইটা হ’ল চিলমান আৰ মাৰাক(৩০), ইলিয়াছ আলম(২৪) আৰু নুৰ হুছেইন(২৯) চিনাক্ত কৰা হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CRIMINALS ARRESTEDMEGHALAYATHREE DREADED
publisher

publisher

Related Posts

উত্তেজনা নাশ কৰি শান্তি ঘূৰাই অনাৰ সংকল্প দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ
Assam

August 21, 2026
ধেমাজি মাছখোৱা উন্নয়ন খণ্ডত এম জি এনৰেগাৰ আঁচনিৰ ৰুপায়নৰ নামত সচিব, অভিযন্তাই মিলি ভুৱা বিলেৰে ৭.৬২ লাখ টকা লুণ্ঠন কৰাৰ বিৰুদ্ধে পঞ্চায়ত মন্ত্ৰীলৈ স্মাৰকপত্ৰ

প্রধানমন্ত্রী তাৰেকৰ হাত শক্তিশালী কৰি বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি মির্জা ফখৰুল
International

প্রধানমন্ত্রী তাৰেকৰ হাত শক্তিশালী কৰি বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি মির্জা ফখৰুল

August 21, 2026
শ্বিলঙত খাচিৰ আক্ৰমণৰ উত্তাপ অসমতো
Assam

শ্বিলঙত খাচিৰ আক্ৰমণৰ উত্তাপ অসমতো

August 21, 2026
অসমসহ বাংলাদেশ-পাক সীমান্তৰ ৰাজ্যত জিলা আয়ুক্তই দিব নাগৰিকত্ব
India

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d