Eminent Singer Rishiraj Sharma Passes Away: বিশিষ্ট কণ্ঠশিল্পী ঋষিৰাজ শৰ্মাৰ দেহাৱসান

বিশিষ্ট সংগীতশিল্পী সুদক্ষিণা শৰ্মাৰ পুত্ৰ, সুধাকণ্ঠ ড:ভূপেন হাজৰিকাৰ ভাগিন আছিল ঋষিৰাজ

Rishira Sarma

Eminent Singer Rishiraj Sharma Passes Away:

বিশিষ্ট কণ্ঠশিল্পী ঋষিৰাজ শৰ্মাৰ দেহাৱসান ৷ বৃক্কৰোগত আক্ৰান্ত হৈ জি এম চি এইচত চিকিৎসাধীন অৱস্থাতে দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰি শিল্পী গৰাকী ৷

প্ৰয়াত ঋষিৰাজ শৰ্মা বিশিষ্ট সংগীতশিল্পী সুদক্ষিণা শৰ্মাৰ পুত্ৰ আৰু ভাৰত ৰত্ন ড:ভূপেন হাজৰিকাৰ ভাগিন আছিল ৷ মৃত্যুৰ সময়ত শিল্পী গৰাকীৰ বয়স হৈছিল ৬১বছৰ ৷

Exit mobile version