Home News Assam Major Reshuffle In Nagaon Police:জোনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ আৱৰ্তত সোমাই পৰাৰ মাজতে নগাঁও আৰক্ষীত বৃহৎ ৰদবদল By publisher 12 months Ago ShareShareShareShare Major Reshuffle In Nagaon Police: সোমবাৰে মাজনিশা কলিয়াবৰৰ জখলাবন্ধাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটি লয় এছ আই জোনমণি ৰাভাই ৷ পৰৱৰ্তী সময়ত এই মৃত্যুৱে ঘন ৰহস্যৰ সৃষ্টি কৰে ৷ যাৰবাবে আৰক্ষী সঞ্চালক প্ৰধানে ঘোষণা কৰে চি আই ডি তদন্ত ৷ইতিমধ্যে বুধবাৰৰ পৰাই চি আই ডিয়ে নগাঁৱত বাহৰ পাতি তদন্ত আৰম্ভ কৰাৰ মাজতে আজি আৰক্ষী অধীক্ষক লীনা দলে ১৪৮ কনিষ্টবলক ৰদবদল কৰে ৷ ইখন থানাৰ পৰা সিখন থানালৈ বদলিৰ নিৰ্দেশনা জাৰি কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ Categories: Crime, India, News, Uncategorized Tags: ConstableMajor ReshufflNagaon PoliceSp lena Doloi Related Content ICC Could Issue an Arrest Warrant Against Benjamin Netanyahu:নেতানিয়াহুৰ বিৰুদ্ধে আইচিচিয়ে জাৰি কৰিব পাৰে গ্রেপ্তাৰী পৰোৱানা By publisher May 1, 2024 Temperatures Rise in Several States of the Country:দেশৰ একাধিক ৰাজ্যত উষ্ণতা বৃদ্ধিত ৰেড এলাৰ্ট জাৰি By publisher May 1, 2024 14 million Electric Cars Sold Worldwide in a Yearএবছৰত বিশ্বত ১.৪০ কোটি বৈদ্যুতিক গাড়ীৰ বিক্ৰী By publisher May 1, 2024 Chirang:কাজলগাঁৱত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ চৰকাৰী শিক্ষকৰ By publisher May 1, 2024 State Bjp Pressmeet:কংগ্ৰেছৰ সমাবেশলৈ নাহে কোনো থলৱা ভূমিপুত্র By publisher May 1, 2024 Piyanka Gandhi Visit Dhubri: ধুবুৰীত ৰকিবলৰ হৈ প্ৰচাৰ চলালে প্ৰিয়ংকা গান্ধীয়ে By publisher May 1, 2024