Junmoni Rabha Dead Case Update:এছ আই জোনমণি ৰাভা মৃত্যুৰ ঘটনা:

হয়বৰগাঁও নগৰ আৰক্ষী চকীৰ আই চি আভাজ্যোতি ৰাভাক বদলি, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগত সংলগ্ন আভাজ্যোতিক

abhajyoti

Junmoni Rabha Dead Case Update:

এছ আই জোনমণি ৰাভা মৃত্যুৰ ঘটনাৰ সৈতে সাঙোৰ খাই পৰা নগাঁও চহৰৰ হয়বৰগাঁও নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া  আভাজ্যোতি ৰাভাক বদলি ৷

এছ আই ৰাভাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগত সংলগ্ন কৰা হয় ৷ ৰাভাক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলব কৰে ডি জি পি কাৰ্যালয়ে ৷

Exit mobile version