Cm Vigilance Arrested In Latmandal:ঘোচ লওতেই চি এম ভিজিলেন্সৰ জালত লাট মণ্ডল

MANDAL ARREST

Cm Vigilance Arrested In Latmandal:

ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া- কৰ্মচাৰী উৎকোচ লৈ গ্ৰেপ্তাৰ পাছতো যেন শিকনি হোৱা খকুৱা বিষয়া- কৰ্মচাৰীৰ ৷

আজি পুনৰ হাত দাঙিলে আন এজন লাট মণ্ডলে । এইবাৰ স্থান হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়।

লাট মণ্ডল উৎপল কেম্প্ৰাই দুহেজাৰ টকা ঘোচ ল‌ওঁতেই হাতে-লোটে ধৰিলে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই
ইতিমধ্যে আটকাধীন লাট মণ্ডলজনক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ আনিছে চিএম ভিজিলেন্স দলে ৷

Exit mobile version