Assam HS Results:উ:মা:বাণিজ্য শাখাৰ শীৰ্ষত উজ্জ্বলি উঠিল দুগৰাকীকৈ কৃৰ্তী শিক্ষার্থী

commerce 1

Assam HS Results:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। পুৱা ন বজাত পৰীক্ষাৰ ফলাফল এঘাৰটাকৈ ৱেবছাইটত উপলব্ধ হয় পৰীক্ষাৰ ফলাফল। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ। আনহাতে শীৰ্ষ দহত থকা কৃৰ্তী ১৪ গৰাকী ছাত্ৰ-ছাত্ৰী হ’ল:

প্রথম স্থানত:

বর্ষা বথ্রা(৪৭২), কে.চি দাস কর্মাচ কলেজ, কামৰূপ (ম) সুকন্যা কুমাৰ (৪৭২), মালয়বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,কামৰূপ (মহানগৰ)

দ্বিতীয় স্থানত:
ঝিলিক ছিল(৪৭১), শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

তৃতীয় স্থানত:
জাহাংগীৰ আলম চৌধুৰী( ৪৬৮), পাৰামাউণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, হাইলাকান্দি

চতুর্থ স্থানত:
সূর্য জৈন(৪৬৭), ছল্টব্রুক একাডেমী, ডিব্ৰুগড়

পঞ্চম স্থানত:
কেছিকা জৈন(৪৬৬), দ্রোণাচার্য একাডেমী, বৰপেটা

ষষ্ঠ স্থানত:
নন্দিতা দাস(৪৬৫), চি.কে.বি কর্মাচ কলেজ, যোৰহাট

সপ্তম স্থানত:
স্মৃতি ঠাকুৰ(৪৬৪), ৱমেন কলেজ, তিনিচুকীয়া

অষ্টম স্থানত:
ঋষিতা শর্মা(৪৬২), ছল্টব্রুক একাডেমী, ডিব্ৰুগড়
য়ুনুচ আনচাৰী(৪৬২), মৰাণ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,ডিব্ৰুগড়,ৰিফা অন্তৰা আহমেদ (৪৬২), ইনষ্টিউচনেল প্রাইভেট কুনালজ্যোতি বৈশ্য(৪৬২), নলবাৰী কৰ্মাচ কলেজ, নলবাৰী

নৱম স্থানত:
য়ুনিতা গোস্বামী(৪৬১), শ্ৰীমন্ত শংকৰদেৱ একাডেমী,
কামৰূপ (মহানগৰ)

দশম স্থানত:
দীপিকা আগৰৱাল(৪৬০), ইনষ্টিউচনেল প্রাইভেট

Exit mobile version