Horoscope: দিনটোৰ ৰাশিফল

Screenshot 2023 06 15 12 28 02 58 40deb401b9ffe8e1df2f1cc5ba480b12

Horoscope: দিনটোৰ ৰাশিফল

মেষ অনুকূল পৰিৱেশ। বিদ্যা-বুদ্ধিৰ চৰ্চা কৰোতা সকল উপকৃত হ’ব। শ্মশান বন্ধু-বান্ধৱৰ পৰা নিৰাশ নহ’ব। কর্মস্থানত বাধা দেখা নাযায়। প্রেমত মধ্যম। আজি যাত্ৰা নকৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

বৃষ : কর্মস্থানত ব্যস্ত থাকিব যদিও মনটো গধুৰ থাকিব। সম্পৰ্কীয় কথাত মন হঠাৎ বেয়াও হ’ব পাৰে। প্ৰেমত অস্থিৰতা। পঢ়াত শুভ। বিয়াত উঠিে বাধা নাই। আজি পূব দিশে যাত্রা নিষেধ। শুভ ৰং কমলা। শুভ সংখ্যা | বাইজে 81 মিথুন : প্রিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাত লাভ। কর্মাদিত বেয়া দেখা নাযায়। শিল্প-সাহিত্য বিকাশ। ভ্রমণত কষ্ট। ঘৰুৱা অশান্তিৰ মাজত নিজৰ ঠিক ৰখাৰ যত্ন কৰক। আজি শুভকৰ্ম আৰম্ভ কৰিব পাৰে। শুভ ৰং বেঙুণীয়া। শুভ সংখ্যা ৫।

কর্কট : উন্নত পৰিবেশ। ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ স’তে মতান্তৰৰ সম্ভাৱনা। পঢ়াত শুভ। ভ্ৰমণত দ্রব্য লাভ। আজি ভাতৰ লগত কেঁচা নিমখ নাখাব। শুভ বং গুলপীয়া। শুভ সংখ্যা ২।

সিংহ : আর্থিকত চিন্তা থাকিব। নমঃ শ্রীশ্রীব্রহ্মায়ম নমঃ ১০ বার জপ কৰক। শুভ ৰং বগা। শুভ সংখ্যা ৩।

কন্যা : সু-সংযোগ লাভৰ যোগ। আর্থিকত মজলীয়া ফল পাব। দায়িত্ব পূর্ণ কর্মক্ষেত্ৰত সচেতন হওক। ভ্রমণত সাবধান। আজি বেলগছৰ তলত পানী চালিব। শুভ ৰং নীলা। শুভ সংখ্যা ৫। তুলা : কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব। শাৰীৰিক দিশত ভালেই যাব। ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল। কিবা ঘৰুৱা কথাতহে মনত দুখ। দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ এডাল ৰঙা সুতা হাতত বান্ধিব। শুভ রং বগা। শুভ সংখ্যা ৭।

বৃশ্চিক : দূৰ যাত্ৰাদিত বাধা। পৰাপক্ষত অতিপাত পৰিশ্ৰম বৰ্জন কৰক। বিদ্যা, কর্মস্থান, দাম্পত্যত পূর্বানুরূপ। শুভ ৰং আকাশী। শুভ সংখ্যা ৬। ধনু : ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব লাগিব। খৰচ বৃদ্ধি পাব। কিছুমান দুৰ্ভাৱনাই লগ ধৰিব পাৰে। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৭। মকৰ : বিদ্যাৰ্থীৰ বাবে ভাল। শৰীৰ মধ্যম। সম্মান প্রাপ্তি শনি মন্দিৰত অকমান নীলা ৰঙৰ কাপোৰ দান দিয়ক, শুভ ৰং মাটিয়া।

কুম্ভ : কোনো কর্মত আনন্দ পাব। হঠাৎ অৰ্থ লাভৰ আশা কৰিব পাৰে। মাতৃৰ শৰীৰ বেয়া নহ’ব। লেন-দেনত পৰাপক্ষত ঠিক থাকক। সন্তানৰ শুভ। ভ্রমণ সম্ভাবনা। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৫। মীন: পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে। আর্থিকত মজলীয়া ফল পাব। বিদ্যাত মধ্যম। ব্যৱসায়ত মধ্যম উন্নতিৰ যোগ। কর্মক্ষেত্ৰত বাধাৰ কাৰকতা। শুভ ৰং বগা। শুভ সংখ্যা ৩।

 

Exit mobile version