Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: নতুন কোনো শুভ সংবাদ আহিব পাৰে। বন্ধুবৰ্গৰ পৰা আন উৎসাহ পাব। আর্থিক লাভ। মনৰ শান্তি পাব। শুভ ৰং কমলা। শুভসংখ্যা ৬।
বৃষ: কৰ্মত উদাৰতা থাকিব। আর্থিক সম্পদ লাভ। প্রেমত মধ্যম। বন্ধুৰ পৰা উপকৃত হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।
মিথুন: খং নকৰিব। কর্মস্থানত কিছু জটিলতা। আত্মবিশ্বাস বৃদ্ধি। শাৰীৰিক, মানসিক কষ্ট বৃদ্ধি। বজৰংগৱলীক পূজা কৰক। শুভ ৰং গেৰুৱা। শুভ ৩।
কর্কট: কৰ্মত উন্নতিৰ যোগ। সততাৰ পৰিচয় দিব, ধনৰ চিন্তা বৃদ্ধি। বিদ্যাত বুদ্ধিত শুভ। প্ৰেমত মধ্যম। শুভ ৰং সেউজীয়া। শুভসংখ্যা ৬।
সিংহ: কর্মত উন্নতি। নিবনুৱাৰ কৰ্মসংস্থাপনৰ যোগ। যোগ। শিল্পী শিল্পী, সাহিত্যিক, ৰাজনীতিবিদ্যাৰ সন্মান বৃদ্ধি। শুভ ৰং মেৰুণ। শুভসংখ্যা ৮।
কন্যা: শুভ সংবাদ পাব। যানবাহিনৰ লাভৰ যোগ। দাম্পত্যত বুজাবুজি। বিদ্যাত শুভ। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৩।
তুলা: আশা মতেই সফলতা অর্জন কৰিব পাৰিব। সহকৰ্মীৰ পৰা সাৱধান। বেল গছৰ তলত পানী দিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।
বৃশ্চিক: কর্মস্থানত মধ্যম। শত্রু কমিব। পাৰিলে দুখীয়াক দান কৰিব। সংযমী চিন্তাশীল দিক প্রকাশ পাব। শুভ ৰং বগা। শুভসংখ্যা ৯।
ধনু: নতুন কর্মসংস্থাপন। ভবামতে আনন্দ লাভ। আর্থিক মধ্যম। শত্ৰু বাঢ়িব। প্ৰদূষণৰ পৰা সাৱধান। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 81
মকৰ: কৰ্মত উন্নতিৰ চিন্তা। খং। ৰাগ ক্ষোভ কমাওক উন্নতি হ’ব।
ইলেক্ট্রনিক সামগ্ৰীৰ পৰা সাৱধান। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৫।
কুম্ভ: গুৰুৰ কৃপা লাভ কৰিব। বিদ্যাত শুভ। জুইৰ পৰা সাৱধান। ব্যৱসায়ৰ উন্নতি। শুভ ৰং কমলা, শুভ সংখ্যা ১।
মীন: যানবাহনৰ পৰা সাৱধান। ধৈৰ্যৰ প্ৰয়োজন কৰ্মত পদোন্নতি।
শিৱ মন্দিৰ দৰ্শন কৰক। নিৰামিষ আহাৰ গ্ৰহণ কৰক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।































