Hengerabai Theft:হেঙেৰাবাৰীত চাঞ্চল্যকৰ চুৰিকাণ্ড

ৰখাই থোৱা বাহনৰ গ্লাছ ভাঙি চুৰি লুটি নিলে লেপটপ সহ বহু নথিপত্র

hengerabari

Hengerabai Theft:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেন্স দি চোৰে ইটোৰ পাছত সিটোকৈ চুৰি কাণ্ড সংঘটিত কৰি গৈছে ৷

মঙলবাৰে মহানগৰীৰ হেঙেৰাবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰি কাণ্ড ৷ দিন-দুপৰতে ৰখাই থোৱা ৱাগানাৰ বাহনৰ গ্লাছ ভাঙি চোৰে লুটি নিলে লেপটপকে ধৰি বহু নথিপত্র ৷ চুৰিকাণ্ড সকলো দৃশ্য বন্দী হয় চি চি টিভিত

ইতিমধ্যে ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

Exit mobile version