Congress Important Meeting In Party HQ :নতুন দিল্লীত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক

বিয়লি ৩ বজাত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বৈঠক

congress hq

Congress Important Meeting In Party HQ :

আজি নতুন দিল্লীত কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছে দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে

বিয়লি তিনি বজাত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বৈঠকত উপস্থিত থাকিব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভপেন বৰা সহ ৩০ জন নেতা ৷

জানিব পৰা মতে লোকসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত হ’ব আলোচনা ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীও বৈঠকত উপস্থিত থকাৰ কথা ৷

Exit mobile version