Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Cabinet In janata Bhawan : জনতা ভৱনত মুখ্যমন্ত্ৰীৰ পৌৰোহিত্যত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক

লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

publisher by publisher
March 16, 2023
in Assam, News
Reading Time: 2 mins read
0
Assam Cabinet In janata Bhawan : জনতা ভৱনত মুখ্যমন্ত্ৰীৰ পৌৰোহিত্যত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Assam Cabinet In janata Bhawan :

আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

ADVERTISEMENT

সিদ্ধান্ত সমূহ হ’ল এ পি জি চি এল আৰু অইলৰ যুটীয়া উদ্যোগত সেউজ শক্তি প্রকল্প (৬২০ মেগাৱাটসম্পন্ন) ৰূপায়ণৰ বাবে নীতিগত অনুমোদন জনোৱা হয় । আনহাতে কেবিনেটে বিভিন্ন জিলাত সাতটা সেউজ শক্তি প্রকল্প ৰূপায়ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি ৭০ মেগাৱাটসম্পন্ন সোণবিল ওপঙা সৌৰ শক্তি প্রকল্প ১০০ মেগাৱাটসম্পন্ন তেজপুৰ এগ্রিভন্টেইক প্রকল্প৷

৪০ মেগাৱাট সম্পন্ন গোলাঘাটত ওপঙা সৌৰ শক্তি প্রকল্প৷ ২০০ মেগাৱাট সম্পন্ন মাৰ্ঘেৰিটাত সৌৰ শক্তি প্রকল্প ৷৫০ মেগাৱাট সম্পন্ন নামনি কপিলী এগ্রিভল্টেইক প্রকল্প ৷ সৌৰ শক্তি প্ৰকল্পৰ সৈতে ৬০ মেগাৱাট সম্পন্ন চন্দ্ৰপুৰত পি এছ পি৷

ইয়াৰোপৰি ১০০ মেগাৱাট সম্পন্ন বটদ্রৱা এগ্রিভন্টেইক প্রকল্প ৰূপায়ণত অনুমোদন জনোৱা হয়। প্রকল্পসমূহৰ বাবে ৰাজ্য চৰকাৰৰ ওপৰত কোনো দায়বদ্ধতা নোহোৱাকৈ ৮০ অনুপাত ২০ ঋণ ইকুইটিত পুঁজি যোগান ধৰা হ’ব ৷ ইয়াৰ উপৰি এই প্ৰকল্পসমূহে তলত দিয়াধৰণে নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে ৷

কেবিনেটৰ এই সিদ্ধান্ত অনুসৰি প্রায় ১২৫ টা ক্ষুদ্র উৎপাদক সংস্থা আৰু ১২৫০ গৰাকী কৃষক আৰু তেওঁলোকৰ পৰিয়ালসমূহো এগ্রিভল্টেইক প্ৰকল্পৰ দ্বাৰা উপকৃত হ’ব। একেদৰে ৰাজ্য খনৰ ডিমা হাচাও, নগাঁও, শোণিতপুৰত প্রস্তাৱিত এগ্রিভল্টেইক প্রকল্পই সেই জিলাসমূহৰ বহনক্ষম অর্থনৈতিক বিকাশত সহায় কৰিব৷

কেবিনেট বৈঠকে এ পি ডি চি এলক বিদ্যুৎ বিক্ৰীৰ বাবে ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ চক্ৰৰ অধীনৰ খুদিগাঁও (অংশ-২)ত ৭০ মেগাৱাটসম্পন্ন সৌৰ শক্তি প্রকল্প স্থাপনত অনুমোদন জনায় ৷ প্রস্তাবিত সৌৰ শক্তি প্ৰকল্পটো সৌৰ শক্তি জেনেৰেটৰৰ দ্বাৰা বিল্ড-তা উন-অপাৰেট মোডত বিকশিত কৰা হ’ব ৷

আনহাতে বিমান সেৱা উন্নীতকৰণত কেবিনেট অধিক গুৰুত্ব দি উড়ান (UDAN) সংযোগ নোহোৱা আকাশী পথত কম খৰচী বিমান সেৱা চলাচলৰ পদক্ষেপ লয় কেবিনেটে ৷

কেবিনেটে এ টি ডি চিয়ে ফ্লাইবিগ এয়াৰলাইনৰ স’তে বুজাবুজি চুক্তি ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি প্রথম পৰ্যায়ত তিনি মাহৰ বাবে পৰীক্ষা ভিত্তিত ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী-শিলচৰ পথত এনে বিমান সেৱা চলিব আৰু ক্ৰমান্বয়ে এই সেৱাই অন্যান্য গুৰুত্বপূর্ণ পথসমূহকো সংযোগ কৰিব৷

উল্লেখ্য যে,বিমান সংস্থাই বজাৰ মূল্যত টিকট বিক্ৰী কৰিব, আৰু উচ্চ চাহিদাৰ সময়তো মূল্য ৪৫০০ টকাৰ অধিক হ’ব নোৱাৰিব বুলি কেবিনেটে স্পষ্ট কৰে ৷ ৰাজ্য চৰকাৰে এনে বিমান সেৱা পৰিচালনাৰ বাবে এ টি ডি চিৰ জৰিয়তে ভায়েবিলিটী গেপ ফাণ্ডিং (ভি জি এফ) প্রদান কৰিব৷

ইপিনে মহাবিদ্যালয়সমূহত সুশৃংখলিত নিযুক্তি সম্পৰ্কত কেবিনেট লোৱা সিদ্ধান্ত অনুসৰি মহাবিদ্যালয়সমূহৰ অধ্যক্ষ আৰু সহকাৰী অধ্যাপক নিৰ্বাচনৰ বাবে গঠন কৰা হ’ব অসম মহাবিদ্যালয় সেৱা নিযুক্তি ব’ৰ্ড ৷

কেবিনেটে ভূমি অধিগ্ৰহণৰ বাবে ন্যায্য ক্ষতিপূৰ্ণ গুণন কাৰকসমূহৰ যুক্তিসংগতকৰণ আৰু নগৰীয়া অঞ্চলৰ সংজ্ঞাৰ পৰ্যালোচনাৰ বাবে অসমৰ ন্যায্য ক্ষতিপূৰণৰ অধিকাৰ আৰু ভূমি অধিগ্রহণ, পুনর্বাসন আৰু পুনৰ সংস্থাপনৰ নিয়ম, ২০১৫’ সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

আনহাতে ৰাজ্য কেবিনেটে ছাফাই কৰ্মচাৰীৰ নিয়োগ সুশৃংখলিতকৰণ প্ৰতি অধিক গুৰুত্বআৰোপ কৰি মেনুৱেল স্কেভেঞ্জাৰ হিচাপে নিয়োগ নিষেধাজ্ঞা আৰু তেওঁলোকৰ পুনর্বাসন আইন, ২০১৩ ৰূপায়ণৰ নিৰীক্ষণৰ বাবে অসম ৰাজ্যিক আয়োগ গঠনৰ সিদ্ধান্ত লয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam CabinetGuwahatiJanata Bhawan
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d