Loksobha No- Confidence Motion:আজি অনাস্থা প্ৰস্তাৱৰ অন্তিম দিন

চাৰি বজাত লোকসভাত প্রধানমন্ত্রীয়ে দিব প্রত্যুত্তৰ

pm modi

Loksobha No- Confidence Motion:

কংগ্ৰেছ সহ বিৰোধীৰ উমৈহতীয়া ঐক্য মঞ্চ ইণ্ডিয়াই লোকসভাত উদ্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ আজি তৃতীয় তথা অন্তিম দিন ৷

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি চাৰি বজাত লোকসভাত  দিব প্রত্যুত্তৰ

ইয়াৰ পাছতে অনাস্থা প্ৰস্তাৱৰ ভোটদান পৰ্ব আৰম্ভ হ’ব ৷

Exit mobile version