Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

kokrajhar Firing:কোকৰাঝাৰৰ শশাৰগাঁৱত দুৰ্ষ্কৃতিকাৰীৰ শূন্যলৈ গুলীচালনা

publisher by publisher
August 12, 2023
in Assam, India, News
Reading Time: 2 mins read
0
kokrajhar Firing:কোকৰাঝাৰৰ শশাৰগাঁৱত দুৰ্ষ্কৃতিকাৰীৰ শূন্যলৈ গুলীচালনা
2
SHARES
17
VIEWS
ShareShareShareShare

kokrajhar Firing:

বিটিআৰ অঞ্চলত অবৈধ মাৰাণাস্ত্ৰৰ ঝনঝননি অব্যাহত থকাৰ অভিযোগ প্ৰায়ে উদ্থাপিত হৈ থকাৰ মাজতে শণিবাৰে পুৱা কোকৰাঝাৰ জিলাৰ সীমামুৰীয়া শশাৰগাঁৱত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷

ADVERTISEMENT

ফুটকিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শশাৰগাঁৱৰ প্ৰথমখণ্ডত আজি পুৱাই অচিনাক্ত দুৰ্ষ্কৃতিকাৰীৰ শূন্যলৈ গুলীবৰ্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে ।

RelatedPosts

Upendra Nath Brahma Award:ভূটানৰ ৰাণীৰ মাতৃ আশী দর্জী ৱাংমো ৱাংচুকলৈ উপেন্দ্র নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা

Mangaldoi Incident:মঙলদৈত নিশা চাঞ্চল্যকৰ ঘটনা !

Hagrama Mohilary:কোকৰাঝাৰৰ ঘটনাত তৃতীয় পক্ষৰ হাত! অভিযোগ মহিলাৰীৰ

এই চাঞ্চল্যকৰ ঘটনাৰ পাছতে ত্ৰস্তমাণ হৈ পৰিছে সমগ্ৰ শশাৰগাঁও অঞ্চল ৷ উল্লেখ্য যে,কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীবেশ ৰায়ৰ বাসগৃহৰ মাজত মাত্ৰ ১০০ মিটাৰৰ দূৰত্বত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷

উল্লেখ্য যে, আজি পুৱাতে অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই হাতত মাৰাণাস্ত্ৰ লৈ শূন্যলৈ নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি জীবেশ ৰায়ৰ বাসগৃহৰ সন্মুখৰে পাৰ হৈ যোৱাৰ সময়তে মুখামুখি হয় যুৱক নন্দন নাথ নামৰ যুৱকজন ৷

পুৱা দৌৰিবলৈ অহা যুৱকজনে ৰাতিপুৱা তেওঁলোক ক’লৈ যায় বুলি সোধাত খৰ্গগস্ত হৈ দুৰ্বৃত্তৰ দলটো ৷ কোনো কথাৰ অৱতাৰণা নকৰাকৈ তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে নন্দন নাথ পিষ্টল কুন্দাৰি উপযুপৰি প্ৰহাৰ কৰে। দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত এটা দাঁত ভাঙে নিৰীহ যুৱকজনৰ ৷

ইপিনে তিনিজনীয়া দুৰ্বৃত্ত দলটোৰ দলবদ্ধ আক্ৰমণত ধৰাসায়ী হৈ প্ৰাণৰ মমতাত চিঞৰিবলৈ ধৰে ৷ পাছত যুৱকজনৰ সহায়ৰ বাবে বহুলোকে আগবাঢ়ি অহাত দুৰ্বৃত্তৰ দলতোৱে ৰাইজক ভীতিগ্ৰস্থ কৰিবলৈ শূন্যলৈ নিৰ্বিচাৰ গুলীচালনা কৰি সেই স্থানৰ পৰি পলায়ন কৰে ৷

দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ২০ বছৰীয়া নন্দন নাথক ৰাইজে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷

আনহাতে ঘটনা ৰ খবৰ লাভ কৰি ঘটনাস্থলীত মহকুমা আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুৰ্বৃত্ত সন্ধানত অভিযান চলাই ৷ আৰক্ষীয়ে ঘটলাস্থলীৰ পৰা এটা খালি কাৰ্টিজ উদ্ধাৰ কৰে ৷

আৰক্ষীয়ে সন্দেহ কৰা মতে ,দুৰ্বৃত্তৰ টাৰ্গেট আছিল কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱেশ ৰায়। আৰক্ষীয়ে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে শশাৰগাঁও অঞ্চলত ৷ আৰম্ভ কৰিছে অভিযান ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Blank FireKokrajharMiscreantsSachargaonYouth Injured
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d