Surrender Of ULFA(S) Cadre:অৰুণাচলৰ খুনচাত আছাম ৰাইফলছৰ ওচৰতআত্মসমৰ্পণ আলফা(স্বাঃ)ৰ কেডাৰৰ

ulafa surrender

Surrender Of ULFA(S) Cadre:

স্বাধীনতা দিৱস বৰ্জন ঘোষণা কৰা আলফা স্বাধীনৰকেডাৰৰ আত্মসমৰ্পণ৷অৰুণাচলৰ খুনচাত আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে কেডাৰজনে ৷

আত্মসমৰ্পণ কৰা আলফা কেডাৰগৰাকীৰ নাম অপৰাজিত নাথ ওৰফে পংকজ অসম।

অপৰাজিত নাথৰ ঘৰ বঙাইগাঁৱৰ বাঁহবাৰীত বাসিন্দা। যোৱাবৰ্ষৰ এপ্রিল মাহত আলফা স্বাধীনত যোগদান কৰিছিল অপৰাজিত নাথে ।

Exit mobile version