Lashkar-E-Taiba Member Arrested in Kashmir: জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ বৃহৎ সফলতা

দুই দুৰ্ধৰ্ষ লস্কৰ-ঈ-তৈবাৰ সদস্যক মাৰাণাস্ত্ৰ সহ গ্ৰেপ্তাৰ

kashmir

Lashkar-E-Taiba Member Arrested in Kashmir:

কাশ্মীৰ উপত্যকাৰ কেতবোৰ অঞ্চলত শেহতীয়াকৈ পাক সমৰ্থিত সন্ত্ৰাসবাদী লস্কৰ-ঈ-তৈবাৰ সদস্যই বিভিন্ন কুটাঘাতমূলক কাৰ্য সংঘটিত কৰি সন্ত্ৰাস চলাই আহিছিল ৷

ADVERTISEMENT

কাশ্মীৰৰ ছপৰ অঞ্চলত সন্ত্রাস চলাই অহা দুই দুৰ্ধৰ্ষ লস্কৰ-ঈ-তৈবাৰ সদস্যক ছপৰ আৰক্ষীয়ে সেনাৰ সহযোগত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত লস্কৰ-ঈ-তৈবাৰ সদস্য দুজনৰ পৰা গ্ৰেণেড আৰু আঠ ৰাউণ্ড সক্রিয় গুলীও জব্দ কৰে ৷

ইতিমধ্যে ধৃত সন্ত্রাসবাদী দুটাক আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে মাৰাথন জেৰা

Exit mobile version