Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২

publisher by publisher
June 15, 2025
in India, News
Reading Time: 1 min read
0
মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২
2
SHARES
15
VIEWS
ShareShareShareShare

Pune: পুণেৰ ইন্দ্রায়নী নদীৰ উপৰত ভাঙি পৰিল দলং! দেওবাৰে দুপৰীয়া সংঘটিত দুৰ্ঘটনাৰ সময়ত দলঙৰ পৰা প্ৰায় ২০ জন লোক নদীত বাগৰি পৰে।

ADVERTISEMENT

আৰক্ষীৰ সূত্ৰ অনুসৰি ইয়াৰে পাঁচ ছজনক উদ্ধাৰ কৰা হৈছে। এতিয়াও সন্ধানহীন হৈ আছে ১০-১৫জন লোক।

RelatedPosts

মালেগাঁও বিস্ফোৰণ কাণ্ডত সকলো অভিযুক্ত দোষমুক্তি

পুণে বিমানবন্দৰত বায়ুসেনাৰ বিমানৰ ‘হাৰ্ড লেণ্ডিং’! বন্ধ ৰানৱে , উড়ানত ব্যাঘাত

Hoax Bomb Alert At Pune Google’s Office : গুগলৰ পুনেস্থিত কাৰ্যালয়ত বোমাতংক !

নদীৰ প্ৰবল সুতে কেবাজনো লোক উটুৱাই নিয়াৰ আশংকা কৰা হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে জনাই, এই পৰ্যন্ত দুজন লোকৰ মৃত্যু হৈছে। ৩২ জন লোক আহত হৈছে, ইয়াৰে ছজনৰ অৱস্থা সংকটজনক।

ঘটনাস্থলীত জিলা প্ৰশাসন, আৰক্ষী আৰু এন ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান চলাই। ঘটনাস্থলীলৈ ১৫খন এম্বুলেন্স প্ৰেৰণ কৰা হৈছে।

পুনেৰ পিম্পৰী-চিঞ্চৱাদ থানা এলেকাৰ কুণ্ডমালা গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। ইন্দ্ৰায়নী নদীৰ কাষৰ এই পুৰণি দলংখন পৰ্যটকৰ অন্যতম প্ৰিয় স্থান।বন্ধৰ দিনত নদীৰ পাৰত আৰু পুৰণি দলংখনলৈ বহু পৰ্যটকৰ ভিৰ হয়।

দেওবাৰে দলংখনৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলতো পৰ্যটকৰে ভিৰ কৰে। দুৰ্ঘটনাত উটি যোৱাসকলৰ অধিকাংশই পৰ্যটক আছিল বুলি আশংকা কৰা হৈছে।

স্থানীয় এক সূত্ৰৰ মতে, ভাঙি পৰা দলঙৰ তলত আবদ্ধ হৈ আছে দুগৰাকী মহিলা। তেওঁলোকক উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে মৃতকৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছৰ পৰা ফাদনভিছে স’তে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও ঘটনাটোত শোক প্ৰকাশ কৰি দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

স্থানীয় বিধায়ক সুনীল শ্বেলকে জনাই , দলংখন মূলত কৃষকৰ যাতায়তৰ বাবে নিৰ্মাণ কৰা হৈছিল। কিন্তু পৰ্যটকৰ ওজন আৰু বাইক যাতায়তৰ বাবে দলংখন ভাঙি পৰে। প্ৰশাসনে নিষেধাজ্ঞা স্বত্তেও দলঙত জনসমাগমৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: pune
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d