Assam Polygamy: ৰাজ্যত নিষিদ্ধ হ’ব বহুবিবাহ

ৰাইজৰ পৰা চৰকাৰে বিচাৰিলে পৰামৰ্শ, ৩০ আগষ্টৰ পৰা ই-মেইলযোগে পৰামৰ্শ প্ৰদানৰ আহ্বান

polygamy

Assam Polygamy:

ৰাজ্যত শীৰ্ঘেই নিষিদ্ধ হ’ব বহুবিবাহ ৷ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়ে বহুবিবাহ নিষিদ্ধকৰণ সন্দৰ্ভত প্ৰস্তুত কৰা প্ৰতিবেদন ইতিমধ্যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰাৰ পাছতে তৎপৰ হৈ পৰে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ ৷

বহুবিবাহ নিষিদ্ধ কৰণ সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজৰ পৰা পৰামৰ্শ বিচাৰি ৰাজ্য চৰকাৰে বিভিন্ন প্ৰচাৰ মাধ্যমত দিছে বিজ্ঞাপন ৷

সেই অনুসৰি কোনো লোকে এই সম্পৰ্কীয় পৰামৰ্শ গৃহ আৰু ৰাজনৈতিক বিভাগক ৩০ আগষ্টৰ পৰা ই-মেইলযোগে দিবলৈ আহ্বান জনায়।

Exit mobile version