Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

    খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Agp Central General Body Meeting:কলাক্ষেত্ৰত অগপৰ কেন্দ্ৰীয় সাধাৰণ সভা ব্যাপক নিৰ্বাচনী কেন্দ্ৰীক তৎপৰতা অগপৰ

publisher by publisher
August 21, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Agp Central General Body Meeting:কলাক্ষেত্ৰত অগপৰ কেন্দ্ৰীয় সাধাৰণ সভা ব্যাপক নিৰ্বাচনী কেন্দ্ৰীক তৎপৰতা অগপৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Asom sahitya Sabha:অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত উত্তপ্ত পৰিস্থিতি

Batadova Than:বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাৰ 

Dergaon:দেৰগাঁৱৰ বাপুজী মন্দিৰত এহেজাৰ মানুহে পৰিবেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’

Agp Central General Body Meeting:

গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সোমবাৰে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই।

ADVERTISEMENT

প্ৰায় আঠ শতাধিক বিভিন্ন জিলা আৰু বিধান সভা সমষ্টিৰ লগতে ভাতৃ-ভগ্নী সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা এই সভাত ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগে অসমৰ সমষ্টিসমূহ পূনৰনিৰ্ধাৰণ চূড়ান্ত কৰাৰ পিছত দলৰ সাংগঠনিক স্তৰসমূহ পুনৰ গঠন কৰি সমাগত নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

সভাই সকলো লোকসভা আৰু বিধান সভা সমষ্টিতে সাংগঠনিক তৎপৰতা ত্বৰান্বিত কৰি দলীয় সংগঠন অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। আৰু লোকসভাত অগপৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ বাবে যাৱতীয় সকলো ধৰণৰ প্ৰস্তুতি চলাবলৈ অঙ্গীকাৰবদ্ধ হয়।

সভাই অসম গণ পৰিষদ দলৰ সংবিধানৰ কেইটামান দফাৰ সংশোধন আৰু সংযোজনত অনুমোদন জনায়। সংশোধনী সংবিধানত তৃণমূল পৰ্য্যায়ৰ বিভিন্ন দলীয় সাংগঠনিক স্তৰসমূহ অধিক গণমুখি কৰাৰ লগতে সদস্যসকলক অধিক দায়বদ্ধশীল কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰে। অনুৰূপ ধৰণে কেইবাটাওঁ জাতি-জনগোষ্ঠীৰ কোষ গঠন কৰাৰ লগতে সামাজিক ক্ষেত্ৰ সামৰিও কোষ গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

সভাই দলীয় সাংগঠনিক ব্যৱস্থাটো অধিক সম্প্ৰসাৰণ কৰি প্ৰগতিশীল জাতীয়তাবাদেৰে লক্ষ্যৰে ঐক্য, শান্তি আৰু প্ৰগতিৰ মূলমন্ত্ৰৰে আৰু আঞ্চলিকতাবাদী ধাৰাৰে দলটোক ন-ৰূপত সুসংগঠিত কৰিবলৈ সিদ্ধান্ত লয়। সভাই সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত হোৱাৰ পিছত দলীয় সাংগঠনিক স্তৰসমূহ পুনৰ গঠন কৰাৰ স্বাৰ্থত আৰু সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সংবিধানৰ ৭ নং দফাৰ (খ)ৰ আধাৰত বৰ্তমানৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ কাৰ্য্যকাল ৬ মাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সাধাৰণ সভাত দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডা০ কমলাকান্ত কলিতা, প্ৰদীপ হাজৰিকা, ভূপেন ৰায়, নুৰুল হুছেইন, মনোজ শইকীয়া, প্ৰবীন হাজৰিকা, সত্যব্ৰত কলিতা, পোনাকন বৰুৱা, বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, পৃথ্বিৰাজ ৰাভা আদি উপস্থিত থাকে।

সাধাৰণ সভাৰ পূৰ্বে দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ সভা অনুষ্ঠিত হয়। সাধাৰণ সভাৰ অন্তত সংবাদমেল সম্বোধন কৰি সভাপতি অতুল বৰাই ৰাজ্যখনৰ সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বীলোকক একত্ৰিত কৰি আঞ্চলিকতাবাদৰ ভেটি অসম গণ পৰিষদ দলৰ জৰিয়তে শক্তিশালী কৰা কথা দোহাৰে।

বৰাই লগতে কয় যে, ৰাজ্যখনৰ উন্নয়ণ আৰু বিকাশৰ স্বাৰ্থত অসম গণ পৰিষদ দলে নিজৰ স্থিতিত অটল থাকি মিত্ৰজোটৰ চৰকাৰখনৰ জৰিয়তে অসমৰ ৰাইজক সেৱা আগবঢ়াই যাব। ১১ টা বিৰোধী দলৰ সন্মিলিত ৰাজনীতিক দিবা-স্বপ্ন আৰু ভুৱা আষ্ফালন বুলি উল্লেখ কৰি দলীয় সদস্যসকলক ৰাজ্যখনৰ স্বাৰ্থত অধিক সক্ৰিয়তাৰে দলৰ হকে কাম কৰিবলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asom Gana ParishadCentral General Body MeetingMinister Atul BoraMinister Keshab MahantaSri Manta Sankardev Kalakhetra
publisher

publisher

Related Posts

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক
Assam

তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

October 1, 2026
খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d