Road Accident In Doni: দৰঙৰ দুনীত অঘটন !

যাত্ৰীসহ চাৰিচকীয়া বাহন সোমাল নদীৰ বুকুত,স্থানীয় লোকৰ তৎপৰতাত কথমপি ৰক্ষা

doni accident

Road Accident In Doni

মঙলবাৰে পুৱাই দৰঙৰ দুনীত সংঘটিত হয় এক দুৰ্ঘটনা। যাত্ৰী সহ এখন চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই কালাপানী নদীৰ বুকুত পৰেদি ৷

অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত সুকলমে ৰক্ষা পৰে বাহনত থকা লোকসকল ৷

পাছত স্থানীয় লোকে হাতীৰ সহায়ত নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰে বাহনখন ৷

আনহাতে চাৰিচকীয়া বাহন খনৰ যাত্ৰী সকল কথমপি ৰক্ষা পৰে যদিও আঘাতপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

Exit mobile version