Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Arvind Kejriwal:প্রার্থী ক্ৰয় কৰাৰ অভিযোগ আপৰ,ওলোটাই অভিযোগ বিজেপিৰো

তদন্ত হোৱাৰ কথা জনালে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে

publisher by publisher
February 7, 2025
in India, News, Politics
Reading Time: 2 mins read
0
Arvind Kejriwal:প্রার্থী ক্ৰয় কৰাৰ অভিযোগ আপৰ,ওলোটাই অভিযোগ বিজেপিৰো
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Arvind kejriwal:অৱশেষত সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

‘চান্তাক্লজৰ ভিডিঅ’ত খ্ৰীষ্টান আৱেগক আঘাত ’: আপ নেতাৰ বিৰুদ্ধে এফআইআৰ শ্বাহ আৰক্ষীৰ

57.7% voter turnout in Delhi at 5 p.m:দিল্লীত ৫ বজালৈকে ভোটদানৰ হাৰ ৫৭.৭ শতাংশ

Arvind Kejriwal:

বিজেপিয়ে প্ৰাৰ্থী ক্ৰয় কৰিবলৈ চেষ্টা কৰিছে ! আম আদমী পাৰ্টিৰ (আপ) মুৰব্বী অৰবিন্দ কেজৰিৱালৰ অভিযোগে বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে দিল্লীৰ ৰাজনীতিত এক আলোড়নৰ সৃষ্টি কৰিছে ।

ADVERTISEMENT

ইয়াৰ মাজতে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই বিষয়টোৰ তদন্তৰ অনুমতি প্ৰদান কৰিছে। তেওঁ কয় যে নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে উত্থাপিত অভিযোগসমূহ নিশ্চিতভাৱে তদন্তৰ যোগ্য। সংশ্লিষ্ট কৰ্তৃপক্ষই অভিযোগ সমূহৰ তদন্ত কৰিব লাগে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালে বৃহস্পতিবাৰে বিজেপিৰ বিৰুদ্ধে ভোট গণনাৰ আগতেই তেওঁৰ দল বিভাজনৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে।

আপৰ ‘সম্ভাৱ্য বিজয়ী’ প্ৰাৰ্থীৰ স’তে যোগাযোগ কৰিবলৈ আৰম্ভ কৰিছে। দল সলনি কৰিবলৈ সকলোকে ১৫ কোটি টকাৰ উৎকোচ দিয়া হৈছে ! আপৰ মুৰব্বী গৰাকীয়ে অভিযোগ কৰি কয় যে, “আমাৰ দলৰ ১৬ জন প্ৰাৰ্থীক ফোন কৰি কোৱা হৈছে যে তেওঁলোকে বিজেপিত যোগদান কৰিলে ১৫ কোটি টকা দিয়া হ’ব। তাৰ লগে লগে পাব মন্ত্ৰীৰ পদ ।”

কেৱল কেজৰিৱালেই নহয়, তেওঁৰ দলৰ সদস্যসকলেও একে অভিযোগ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে। তেওঁলোকে দাবী কৰে যে তেওঁলোকক টকাৰ লোভ দি দল সলনি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । বিজেপিয়ে পোনপটীয়াকৈ অস্বীকাৰ কৰিলে আপৰ এই অভিযোগ। কেজৰিৱালে অভিযোগ কৰিছে যে পদ্ম শিবিৰে দিল্লীত আপৰ পৰাজয় হ’ব বুলি দাবী কৰিছে।

আপ নেতাৰ অভিযোগৰ কথা উল্লেখ কৰি শুকুৰবাৰে বিজেপিৰ দিল্লী ৰাজ্যিক সভাপতি বীৰেন্দ্ৰ সাচদেৱে কয় যে ,আমি নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰিম। আন দলৰ বিধায়কক সহায়ৰ প্ৰয়োজন নাথাকিব।’ কেৱল সেয়াই নহয়, আপৰ এনে প্ৰচাৰে তেওঁলোকৰ দলক বদনাম কৰা বুলিও অভিযোগ উত্থাপন কৰে বিজেপিয়ে।

নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে বিজেপিৰ ভাবমূৰ্তি ধ্বংস কৰিবলৈ চেষ্টা কৰিছে আপে! ইয়াৰ পাছতে দিল্লীৰ ৰাজ্যপালে বিষয়টোৰ তদন্তৰ অনুমোদন জনায় । বুধবাৰে দিল্লী বিধানসভাৰ ৭০ খন আসনৰ বাবে ভোটদান অনুষ্ঠিত হয়। আয়োগৰ মতে, ৬০.৪২ শতাংশ ভোট দান কৰা হৈছে ।

যদিও দুয়োটা শিবিৰে শনিবাৰে গণনাৰ আগতে বিজয় দাবী কৰে , বেছিভাগ এক্সিট প’লে ভৱিষ্যতবাণী কৰে যে বিজেপিয়ে আপৰ স্থান ল’ব। অৱশ্যে এক্সিট প’লৰ ভৱিষ্যতবাণী হওক বা দিল্লীত তৃতীয়বাৰৰ বাবে আপে চৰকাৰ গঠন কৰিব নে নাই, সেইয়া শনিবাৰে ভোট গণনাৰ পাছতহে স্পষ্ট হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arvind KejriwalDelhi Assembly electionDelhi Lieutenant GovernorV.K. Saxena
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d