Anjukpani Incident :নগাঁৱৰ আঞ্জকপানীত লোমহৰ্ষক হত্যাকাণ্ড

পুত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে পিতৃয়ে

anjukpani 2

Anjukpani Murder:

নগাঁও জিলাৰ আঞ্জুকপানীত লোমহৰ্ষক হত্যাকাণ্ড । নিজ পুত্ৰৰ উপযুপৰি প্ৰহাৰত প্ৰাণ গ’ল পিতৃৰ।

আঞ্জুকপানীৰ নিবাসী কুদ্দুছ আলীৰ পুত্ৰ আনোৱাৰ সুৰামত্ত হৈ পৰিয়ালৰ পাঁচজন লোকক গছৰ ডালেৰে আক্ৰমণ কৰে ৷

পত্নী,জ্যেষ্ঠ ভাতৃ, ভগ্নী, বৌৱেককো শাৰিৰীকভাৱে প্ৰহাৰ কৰে আনোৱাৰে ৷  পিতৃহন্তা আনোৱাৰক নিশাই চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আনহাতে আহতসকলক নগাঁও অসামৰিক চিকিৎসালয়ত ভর্তি কৰা হয় ৷

 

Exit mobile version