Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Student Murder:মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড

দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰি নৃশংসভাৱে হত্যা, অভিযুক্ত আটক

publisher by publisher
August 10, 2023
in Assam, Crime, India, News
Reading Time: 3 mins read
0
Guwahati Student Murder:মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

CID Head quarter: চিআইডিৰ লকআপৰ নিশাৰ আলহী হোৱা শ্যামকানু, সিদ্ধার্থক মাৰাথন জেৰা এছআইটিৰ

Bhootnath Murder Case Update:ভূতনাথৰ হত্যাকাণ্ডৰ ডেৰ মাহৰ পাছত উত্তৰপ্ৰদেশৰ পৰা অভিযুক্তক গ্ৰেপ্তাৰ

Bokakhat Incident:উগ্রপন্থী নোহোৱা সত্ত্বেও গুৱাহাটী-তেজপুৰ-লখিমপুৰত গ্ৰেণেড বিস্ফোৰণৰ ষড়যন্ত্ৰ ৰচনাত ৰহস্য

Guwahati Student Murder:

ক্ৰমাৎ অপৰাধ নগৰীলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰ ৷ ইটোৰ পাছত সিটোকৈ সংঘটিত হোৱা অপৰাধমূলক ঘটনাই উদ্বিগ্ন কৰি তুলিছে মহাগৰবাসীক। পুনৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰি নৃশংসভাৱে হত্যাৰ দৰে চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় বোন্দাৰ আমচিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ সমীপত ৷

ADVERTISEMENT

প্ৰাপ্ত খবৰ অনুসৰি বৰসজাই মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ বেলতলাৰ বনগাঁৱৰ নীতেশ কুমাৰক তেওঁৰে পূৰ্বৰ চিনাকি তথা পদপথৰ দোকানী অভিষেক বৰুৱাই অপহৰণ কৰি হত্যাৰ অভিযোগ উদ্থাপনৰ পাছতে আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত কৰি ইতিমধ্যে অভিষেকক আটক কৰে ৷

অভিষেকক আটক কৰাৰ পাছতে বহু ন ন তথ্য পোহৰলৈ আহিছে ৷ অনলাইন গেমৰ জৰিয়তে ২০১৯ চনতে হত্যাকাৰী অভিষেকৰ সৈতে চিনাকি হৈছিল৷তাৰ পাছৰে দুয়ো বন্ধু হৈ পৰে ৷ প্ৰায়ে দুয়ো ফুৰাচকা কৰিছিল ৷

ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ত কৰা হত্যাকাৰী অভিষেকৰ আৰক্ষীৰ মাৰাথন জেৰাত সদৰি কৰা মতে, নিদেশ কুমাৰে তেওঁৰ পৰা ধাৰে লৈছিল প্ৰায় ২ লাখ ৭ হাজাৰ টকা ৷ কিন্ত বহুবাৰ ধন উভতাই বিচৰাৰ পিছতো ধন নেপায় এইদৰে হত্যা কৰা হয় বুলি কয় যদিও আৰক্ষী প্ৰতিয়ণ যাব পৰা নাই ৷

এজন ১৫ বছৰীয়া স্কুলীয়া ছাত্ৰই ইমান বৃহৎ পৰিমানৰ ধন কিয় ধাৰে ল’ব ৷ আৰক্ষীক বিভ্ৰান্ত কৰিবৰ বাবে হত্যাকাৰী অভিষেকে কৌশলী স্থিতি লৈছে ৷

আনহাতে নিদেশ কুমাৰৰ পিতৃয়ে বশিষ্ট আৰক্ষী নিৱেশত দিয়া এজাহাৰত উল্লেখ কৰা মতে,তেওঁৰ পুত্ৰক স্কুললৈ থৈ অহাৰ অচিলাৰে নাৰেংগীত ফুটপাথত দোকান দিয়া বোন্দাৰ অভিষেকে মটৰ চাইকেলত উঠাই বুধবাৰে পুৱাতে ঘৰৰ পৰা লৈ গৈছিল ৷ কিন্ত তাৰ পাছত ফোনত মুক্তিপণ হিচাপে আলফাৰ নাম লৈ সাত লাখ টকা দাবী কৰা হৈছিল ৷

কিন্ত বুধবাৰে আবেলি বোন্দাৰ আমচিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ সমীপত ৰহস্যজনকভাৱে উদ্ধাৰ হয় নিতেশৰ মৃতদেহ।

ইপিনে আমচিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ ভিতৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী হিচাপে বনকৰ্মী আৰু স্থানীয় লোকে কয়,দুজন যুৱকে হাতত দা লৈ প্ৰৱেশ কৰিছিল ৷ পাচতে এজন যুৱক পুনৰ দা লৈ  অভয়াৰণ্যৰ পৰা ওলাই আহিছিল ৷

হত্যাকাণ্ডৰ প্ৰকৃত তথ্য সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ শেহতীয়া খবৰ অনুসৰি এই জঘন্য হত্যাকাণ্ডৰে হাৰ্দিক এজন যুৱক জড়িত থকাৰ সম্বেদ লাভ কৰিছে আৰক্ষীয়ে ৷

আনহাতে হত্যাকাৰী অভিষেকৰ মাতৃয়ে মন্তব্য দি কয়,তেওঁ পুত্ৰ অভিষেকে যদি এই হত্যাকাণ্ড সংঘটিত তেকৰিছে তেন্তে তাক কঠোৰ শাস্তি দিয়া হওক ৷

লোমহৰ্ষক হত্যাকাণ্ডৰ মুল অভিযুক্ত অভিষেক বৰুৱাক বশিষ্ট আৰক্ষীয়ে আটক কৰি ইতিমধ্যে থানাত ৰখাৰ পাছত আজি দুপৰীয়া গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ঘটনাৰ বুজ লবলৈ থানাত উপস্থিত হয় ৷ এই লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ মহানগৰত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bashistha PoliceMahasri schoolMain Accused arrestedStudent Murder
publisher

publisher

Related Posts

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
Assam

গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d