Bilasipara Double Marder Main Accused Arrested:বিলাসীপাৰাৰ ডাবল মার্ডাৰৰ ঘটনাৰে জড়িত ৪ জনক গ্ৰেপ্তাৰ

dhubri murder

Bilasipara Double Marder Main Accus Arrested:

অৱশেষত আৰক্ষীৰ জালত বিলাসীপাৰাৰ ডাবল মার্ডাৰৰে জড়িত চাৰি হত্যাকাৰী ৷ বিলাসীপাৰা আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত আৰম্ভ কৰি চাৰি হত্যাকাৰী ক্ৰমে আমিৰ হুছেইন, আমিনুল হক, হামিদুল ইছলাম, ৰাখিজুল হকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, ২৫ আগষ্টত বিলাসীপাৰাত দুৰ্বৃত্তই নিশা শাহজালাল শ্বেখ, নার্জিনা বেগম নামৰ দম্পতীহালক শোৱা পাটিতে চোকা অস্ত্ৰৰে উপযুপৰি আঘাত কৰি প্ৰহাৰ হত্যা কৰে ৷

এই নৃশংস হত্যাকাণ্ডই জোকাৰি যায় সমগ্ৰ ধুবুৰী ৷ ৰাইজে এই হত্যাৰে জড়িত হত্যাকাৰীৰ কৰায়ত্তৰ দাবী কৰিছিল ৷

Exit mobile version