Ajp Protest:দীঘলীপুখুৰী পাৰত অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ

প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা দিয়াক লৈ উত্তপ্ত পৰিস্থিতি

ajp

Ajp Protest:

শেহতীয়াকৈ বহুচৰ্চিত নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰীক লৈ বৃহস্পতিবাৰে দীঘলীপুখুৰী পাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাই ৷

আনহাতে অজাপৰ প্ৰতিবাদকাৰী দলটোক আৰক্ষীয়ে একেঠাইতে আবদ্ধ কৰি ৰাখিছিল যদিও প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বেহু ফালি আগবাঢ়ি যাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাধাপ্ৰদান কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰীক লৈ বহু সময় ধৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে অজাপৰ নেতা-কৰ্মী সকলে ৷

Exit mobile version