Dhemaji Food Poisoning:
ধেমাজিত অঘটন ৷ জন্মাষ্টমীৰ মাহ প্রসাদ খাই অসুস্থ ২৪ জনকৈ লোক ৷ দক্ষিণ ধেমাজিত সংঘটিত হোৱা এই ঘটনাৰ অধিকাংশ লোক চান্দনি, শলিকুছি অয়েঙীয়া,শলিকুছি কোচ গাঁৱৰ ৷
আক্রান্ত সকলৰ হৈছে পেটৰ বিষ, বমি আৰু মূৰৰ বিষ ৷ ইতিমধ্যে ভৰ্তি কৰা হৈছে ধেমাজি অসামৰিক চিকিৎসালয়ত ৷