Bihpuria College Principal Dr Amulya Kumar Hazarika Suspended:লখিমপুৰৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড: অমূল্য কুমাৰ হাজৰিকাক নিলম্বন

bihpuria college

Bihpuria College Principal Dr Amulya Kumar Hazarika Suspended:

উত্তৰ পাৰৰ উচ্চ শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড: অমূল্য কুমাৰ হাজৰিকাক নিলম্বন উচ্চ শিক্ষা সঞ্চালকালয়ৰ

নিলম্বিত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰিৰ লগতে মহাবিদ্যালয়ৰ কামত ব্যৱহ্ত কম্পিউটাৰৰ তথ্য চুৰি আৰু সতীৰ্থ অধ্যাপিকা-কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

উল্লেখ্য যে,নিলম্বিত অধ্যক্ষগৰাকীৰ অদক্ষতাৰ বাবে কলেজ খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ পৰিছিল ৷ সৰু সৰু কথাতে অধ্যাপিকা-কৰ্মচাৰীক দুৰ্ব্যৱহাৰৰ কৰাটো এক নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷

Exit mobile version