Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Telangana Student ডকাইতিৰ আক্ৰমণত আমেৰিকাত মৃত্যু ভাৰতীয় ছাত্ৰৰ

আৰক্ষীয়ে প্ৰবীণৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰিছে। কোনোৱে কোনোৱে কৈছে তেওঁক দোকানত গুলীয়াই হত্যা কৰা হৈছে। ভাৰতীয় ছাত্ৰজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই

publisher by publisher
March 6, 2025
in International
Reading Time: 1 min read
0
Telangana Student ডকাইতিৰ আক্ৰমণত আমেৰিকাত মৃত্যু ভাৰতীয় ছাত্ৰৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Telangana Student ডকাইতিৰ আক্ৰমণত আমেৰিকাত মৃত্যু ভাৰতীয় ছাত্ৰৰ

বুধবাৰে আমেৰিকাৰ উইলকিনছনত ডকাইতিৰ আক্ৰমণত মৃত্যু হয় এজন ভাৰতীয় ছাত্ৰ । ২৭ বছৰীয়া প্ৰবীণ কুমাৰ গাম্পা তেলেংগানাৰ বাসিন্দা। ছাত্ৰজনৰ মৃতদেহটো তেওঁৰ প্ৰবাসী বন্ধু আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ।

ADVERTISEMENT

পৰিয়ালৰ লোকে জনোৱা মতে, বুধবাৰে পুৱা আক্ৰমণৰ সময়ত যুৱকজনে হোৱাটছএপত ফোন কৰে। অৱশ্যে ফোনটোৰ উত্তৰ দিয়াৰ আগতেই কাটি দিয়া হয়।

ওলোটাই ফোন কৰোতে অজ্ঞাত কণ্ঠই জনাই যে, ফোন তেঁওলোকে উদ্ধাৰ কৰিছে । ঘটনাটোত হতবাক হয় প্ৰবীণৰ পৰিয়াল । তাৰ কিছু সময়ৰ পাছতে পৰিয়াললৈ আহিল বেয়া খবৰটো।

প্ৰবীণৰ সম্পৰ্কীয় ভাতৃ অৰুণে কয় ,প্ৰবাসী বন্ধুসকলে জনোৱা অনুসৰি আৰক্ষীয়ে প্ৰবীণৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰিছে। কোনোৱে কোনোৱে কৈছে তেওঁক দোকানত গুলীয়াই হত্যা কৰা হৈছে। ভাৰতীয় ছাত্ৰজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

চিকাগোত থকা ভাৰতীয় দূতাবাসে এক বিবৃতিত কয়, “প্ৰবীণ কুমাৰ গাম্পাৰ অকাল মৃত্যুত আমি দুখিত। তেওঁ উইচকনচিন-মিলৱাকি বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ছাত্ৰ আছিল। দূতাবাসজনে প্ৰবীণৰ পৰিয়াল আৰু বিশ্ববিদ্যালয়ৰ স’তে যোগাযোগ কৰিছে । তেওঁলোকক প্ৰয়োজনীয় সহায় দিয়া হ’ব। শোকসন্তপ্ত পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ আমাৰ আন্তৰিক সমবেদনা আৰু প্ৰাৰ্থনা জ্ঞাপন কৰিলোঁ।”

প্ৰবীণ কুমাৰ গাম্পা ২০২৩ চনত আমেৰিকালৈ ৰাওনা হয়। তেওঁ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ উইচকনচিন-মিলৱাকি বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। পাছত তেওঁ ‘পাৰ্ট টাইম’ কামৰ বাবে উইচকনচিনৰ এখন স্থানীয় দোকানত যোগদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Telangana Student
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজ্বলাইছি বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

September 11, 2026
ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী

যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

September 10, 2026
অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
International

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

September 9, 2026
লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ
International

লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d