Today Horoscope: দিনটোৰ ৰাশিফল

horoscope

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ : কৰ্মত পদোন্নতি। ব্যৱসায়ত ভাল চলিব। প্রেমত শুভ। বিবাহৰ যোগ।

ADVERTISEMENT

দিনটোত কোনো সংবাদে মন প্রফুল্ল কৰিব। নিবনুৱাৰ কৰ্ম সংস্থাপন যোগ। প্ৰেমত সাৱধান

মিথুন : নিজৰ ভুলৰ কাৰণে অশান্তৰ সৃষ্টি হ’ব। সমাজকল্যাণ মূলক সামাজিক কর্মত সুনাম বৃদ্ধি ।

কর্কট : বিদ্যাত ভাল ক’ব পৰা যায়। চাকৰিয়ালৰ মাধ্যম। প্ৰেম আৰু দাম্পত্য গভীৰ দায়িত্ব।

সিংহ : আর্থিকত ভাল ক’ব পৰা যায়। কৰ্মপ্ৰাৰ্থীৰ মাধ্যম। ঘৰত অশান্তি ।

কন্যা : ধর্মীয় বিশ্বাস অটুত থাকিব। দুর্ঘটনা হোৱাৰ সম্ভাৱনা আছে। পিতৃৰ স্বাস্থ্যৰ বাবে চিন্তিত।

তুলা : বিদেশ ভ্রমণ শুভ দেখা যায়। আইনি সমস্যা সমাধান হ’ব। বিদ্যাত ভাল দেখা নাযায়।

বৃশ্চিক : বিদ্যাত বাধাৰ মাজেৰে অগ্ৰগতি লাভ। দাম্পত্যত ভালেই দেখা যায়। প্ৰেমত শুভ।

ধনু :পাৰিবাৰিক চিন্তা। সন্তানৰ ওপৰত দায়িত্ব অর্পণ কৰক। ঘৰুৱাত অশান্তি। প্ৰেমত চিন্তা।

মকৰ : শৰীৰ ঠিকেই থাকিব। বিদ্যাত ভাল। ৰাজনীতিবিদসকলৰ শুভ প্ৰেমত অশান্ত।

কুম্ভ : কর্মক্ষেত্ৰত সকলো কথা সহজভাৱে গ্ৰহণ কৰাটো কঠিন হ’ব। প্রেম বা দাম্পত্যত খুব বেয়া ।

মীন : সহযোগীৰ সহায় লাভ। প্ৰেম-প্ৰীতিত অনুকূল। বিদ্যাত মনোযোগ দিয়া দৰকাৰ। খৰচ বৃদ্ধি।

Exit mobile version