Horoscope: মেষ: চলা-ফুৰাৰ প্ৰতি সাৱধান অৱলম্বন কৰিব। বিদ্যার্থীসকলে যত্ন কৰিলে ভাল হ’ব। শুভ ৰং নীলা।
বৃষ: ভ্ৰমণৰ যোগ দেখা যায় যদিও ভ্রমণত সাৱধান অৱলম্বন কৰিব। শুভ ৰং বগা।
মিথুন: দাম্পত্যত সুখ। শত্রু বৃদ্ধিৰ সম্ভাৱনতা। বিদ্যার্থীসকলৰ শুভ। শুভ ৰং ৰঙা।
কর্কট: মাহটোৰ শেষৰ ফালে আর্থিক চিন্তা বাঢ়িব। খৰচৰ মাত্রা বাঢ়িব। প্রেমত শুভ। শুভ ৰং নীলা।
সিংহ: ৰাজনৈতিক ক্ষেত্রত সুনাম বৃদ্ধি পাব। ব্যৱসায়ত লাভবান। আর্থিকত শুভ। শুভ ৰং মেৰুণ।
কন্যা: সেউজীয়া ৰঙৰ কাপোৰ কন্যাৰাশিৰ জাতক-জাতিকাসকলে পৰিধান কৰিব। শুভ কৰ্ম আৰম্ভ কৰিব পাৰে। । শুভ ৰং সেউজীয়া।
তুলা: কোনো বিশ্বাসী মানুহে আপোনাৰ বিশ্বাস ভাগিব। প্রেমত শান্ত। বিদ্যার্থীৰ মধ্যম। শুভ ৰং ৰঙা।
বৃশ্চিক: ব্যৱসায়ত জটিলতা পাব। ঘৰুৱা সমস্যা বাঢ়িব। ভ্রমণৰ যোগ আছে। শুভ ৰং ক’লা।
ধনু: ব্যৱসায়ত লাভবান। চাকৰিয়াল সকলে সাৱধান হোৱা ভাল। সন্তানৰ বাবে চিন্তা। শুভ ৰং বগা।
মকৰ: শৰীৰক লৈ যত্ন লওক। মাতৃৰ বাবে চিন্তা। গাড়ী চলাওতে সাৱধান অৱলম্বন কৰিব। প্ৰেমত শুভ। শুভ ৰং চিলভাৰ।
কুম্ভ: বিদ্যার্থীসকলে যত্ন কৰা উচিত। ব্যৱসায়ীসকলৰ ব্যয় হোৱাৰ সম্ভাৱনতা। প্রেমত অশুভ। শুভ ৰং সোণালী।
মীন: প্রেমত শুভ। পিতৃৰ শুভ। আর্থিক উন্নতি। নতুন কর্ম লাভ। শুভ ৰং সেউজীয়া।































