Cm Himanta Biswa Sarma:মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাক ছিংগাপুৰৰ কুয়ান য়ু এক্সচেঞ্জ ফেল’শ্বিপ সন্মান

ala 3

Cm Himanta Biswa Sarma:

ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ লি কুয়ান য়ু এক্সচেঞ্জ ফেল’শ্বিপ সন্মান আগবঢ়োৱা হৈছে।

ADVERTISEMENT

এক্সচেঞ্জ ফেল’শ্বিপ সন্মান লাভ কৰাৰ সূত্ৰে মুখ্যমন্ত্ৰী শৰ্মাক ছিংগাপুৰ ভ্ৰমণৰ বাবেও নিমন্ত্ৰণ কৰিছে ৷ ড:শৰ্মা এই ফেল’শ্বিপ সন্মান লাভ ৰাজ্যৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই ফেল’শ্বিপ সন্মান লাভ কৰিছিল মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান আৰু পৰিকল্পনা আয়োগৰ প্রাক্তন উপাধ্যক্ষ মনটেক সিং আলুৱালিয়া আৰু প্ৰখ্যাত সাংবাদিক তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী অৰুণ শ্বৌৰী ৷

Exit mobile version