Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bjp Shankhnad Programme:লোকসভা নির্বাচনলৈ সাজু বিজেপি অসম প্রদেশ “শংখনাদ” কার্যক্রমত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

publisher by publisher
August 28, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Bjp Shankhnad Programme:লোকসভা নির্বাচনলৈ সাজু বিজেপি অসম প্রদেশ “শংখনাদ” কার্যক্রমত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
0
SHARES
4
VIEWS
ShareShareShareShare

Bjp Shankhnad Programme:

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পার্টিয়ে অসমত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। ইতিমধ্যে ভোটাৰ তালিকাৰ সংশোধনীৰ কাম নির্বাচন আয়োগে আৰম্ভ কৰাৰ সমান্তৰালভাৱে ভাৰতীয় জনতা পার্টিয়ে অসমত ভোটাৰ চেতনা অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে দলৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক কর্মশালা অনুষ্ঠিত কৰিছে।

ADVERTISEMENT

এক প্ৰেছ বিবৃতিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰু সুভাষ দত্তই কয়, ভোটাৰ চেতনা অভিযানক দলে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে ।

RelatedPosts

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

Dibrugarh: ডিব্ৰুগড়ৰ খোৱাঙৰ লেপেটকটাত চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰাভিযান

BJP Releases Assam Poll Sankalp Patra:মহানগৰীৰ বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সংকল্প পত্ৰ মুকলি

এই উদ্দেশ্য অহা ২৯ আগষ্টত অসমৰ ১২৬ টা বিধানসভা সমষ্টিত ভোটাৰ তালিকা সংশোধনীৰ লগতে নতুন নাম অন্তর্ভুক্তি, মৃত ব্যক্তিৰ নাম কৰ্তন আৰু স্থানান্তকৰণ যাতে সুকলমে হ’ব পাৰে তাৰ বাবে বিধানসভা সমষ্টিৰ ভিত্তিত একোখনকৈ কৰ্মশালা অনুষ্ঠিত হ’ব।

উক্ত কৰ্মশালাত প্ৰতিটো মণ্ডলৰ সভাপতি, শক্তিকেন্দ্র প্রমুখ, বুথৰ সভাপতি, বুথ লেভেল এজেন্ট, বি এল এ ১ আৰু বিধায়ক সকলে অংশগ্রহণ কৰিব। বিবৃতিখনত মুখপাত্রদ্বয়ে কয়, এইবাৰ আমি অসমৰ ১৪ টা লোকসভা সমষ্টিতেই জয়যুক্ত হোৱাৰ বাবে গুৰুত্ব আৰোপ কৰিছে। ইতিমধ্যে আমাৰ দলৰ সাংসদ নথকা কলিয়াবৰ (কাজিৰঙা), নগাঁও আৰু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ২৯ টা বিধানসভা সমষ্টিত একোজনকৈ বিস্তাৰক নিযুক্ত কৰা হৈছে।

ইতিমধ্যে লোকসভা প্রবাস যোজনাৰ আধাৰত দলত শীর্ষ নেতৃত্বই আটাইকেইটা লোকসভা সমষ্টিত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। মুখপাত্রদ্বয়ে কয়, লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সামাজিক মাধ্যম আৰু তথ্য প্রযুক্তি কোষৰ এখন সভা অনুষ্ঠিত হয়।

য’ত প্ৰতিটো লোকসভা সমষ্টিৰ সামাজিক মাধ্যম কোষৰ এঘাৰজনীয়া গোটৰ লগতে জিলা সামাজিক মাধ্যম কোষৰ আহ্বায়ক আৰু সহ- আহ্বায়ক সকলে অংশগ্রহণ কৰে। উক্ত সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাধাৰণ সম্পাদক পল্লব লোচন দাসে অংশগ্রহণ কৰে।

লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মাধ্যমৰ দায়িত্বত থকা দলৰ কার্যকৰ্তা সকলে যাতে দুগুন উৎসাহৰে দায়িত্ব পালন কৰিব পাৰে তাৰ বাবে দলৰ নেতৃত্বই গুৰুত্ব আৰোপ কৰিছে। মুখপাত্রদ্বয়ে কয়, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কাৰ্যকৰ্তাসকলে নিজৰ নিজৰ ক্ষেত্ৰত দায়িত্ব পালন কৰাৰ উপৰিও অসমৰ ছয়জন বিধায়কে মধ্য প্ৰদেশ, এঘাৰজন বিধায়কে ছত্তিশগড়ত আৰু এজন বিধায়কে মিজোৰামত নির্বাচনী প্ৰচাৰৰ দায়িত্ব পালন কৰি আছে।

আগন্তুক লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠন হ’ব বুলি দৃঢ়তাৰে মতামত প্ৰকাশ কৰি মুখপাত্রদ্বয়ে ভাৰতীয় জনতা পাৰ্টিয়ে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে বুলি বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaShankhnad ProgrammeSporksperson Subash DuttaState Bjp Office
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d