Asian Games:
চীনত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত ভাৰতে প্ৰথমটো স্বর্ণ পদক জয় কৰিবলৈ সক্ষম হয়। ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত পুৰুষৰ দলীয় শাখাত ভাৰতীয় দলে স্বর্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰত ।
ADVERTISEMENT
উল্লেখ্য যে, ৰুদ্ৰাংক্ষ পাটিল, ঐশ্বৰী প্ৰতাপ সিং আৰু দিব্যাংশ সিঙৰ যুটীয়া দলটোৱে ১৮৯৩.৭ পইণ্টেৰে বিশ্ব ৰেকৰ্ড গঢ়ে ৷
দুটিকৈ স্বৰ্ণ পদক জয়ৰে ভাৰতৰ পদক সংখ্যা বৃদ্ধি পায় ১০ টালৈ। সম্প্রতি ভাৰতে ২টা সোণ, ৩টা ৰূপ আৰু ৫টা ব্ৰঞ্জ পদকৰে পদক তালিকাত ভাৰতৰ স্থান সপ্তম ।